• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰদেশ কংগ্ৰেছত বিদ্ৰোহৰ উক্মুকনি : যুদ্ধংদেহী নেতা-কৰ্মী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2019 2:09 pm
Ripun-Bora-680x365-570x320

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বৰ ওপৰত অসন্তুষ্ট হৈ পৰা একাংশ নেতা-কৰ্মীয়ে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই বিদ্ৰোহ ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি দলৰ একাংশ জ্যেষ্ঠ নেতা মুকলিকৈ ওলাই অহাৰ সম্ভাৱনাও স্পষ্ট হৈ পৰিছে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক অপসাৰণৰ বাবে দলটোৰ একাংশ জ্যেষ্ঠ নেতাকে ধৰি বহু নেতাই কঁকালত টঙালি বন্ধাৰ কথা সদৰী কৰিছে ৰাজীৱ ভৱনৰ এক সূত্ৰই। লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পাছত এতিয়া ফলাফললৈ অধীৰ অপেক্ষাৰে সকলোৱে বাট চাই আছে যদিও ভিতৰি বিদ্ৰোহৰ এক জুই উমি উমি জ্বলি আছে।

Apply Now

দলটোৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে দলটোৰ কেইজনমান আগশাৰীৰৰ নেতাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত ভুৱনেশ্বৰ কলিতাক বহুওৱাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে জ্যেষ্ঠ নেতাৰ দলটোৱে দিল্লীলৈ গৈ শীৰ্ষ নেতৃত্বক তেওঁলোকৰ দাবী অৱগত কৰিব।

লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছে ৫খনতকৈ কম আসন পালেই এই বিদ্ৰোহীসকলে নতুন উদ্যম লাভ কৰিব আৰু ৰাজ্যিক নেতৃত্ব সলনিৰ বাবে উঠিপৰি লাগিব। দলটোৰ জ্যেষ্ঠ নেতা দ্বিজেন শৰ্মা, বলীন কুলী, ৰমেন বৰঠাকুৰ, আব্দুল হামিদকে ধৰি কেইবাজনো নেতাই এই সম্ভাৱ্য বিদ্ৰোহৰ গুৰি ধৰিছে।

বিদ্ৰোহী নেতাসকলে অভিযোগ কৰে যে ৰিপুন বৰাই তেওঁৰ একাংশ অনুগামীক লৈ দলটো পৰিচালনা কৰাৰ বিপৰীতে দলৰ একাংশ জ্যেষ্ঠ তথা সক্ৰিয় নেতাক অঁতৰাই ৰাখিছে। তদুপৰি, তেওঁলোকে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱটৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰিবলৈ সাজু হৈছে।

আনহতে, লোকসভাৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ধনৰ বিনিময়ত চূড়ান্ত  কৰাৰ অভিযোগ দিবলৈকো তেওঁলোকে সাজু হৈছে। বিশেষকৈ গুৱাহাটী, কোকৰাঝাৰ, ধুবুৰী, লখিমপুৰ, কৰিমগঞ্জত প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত বৰা আৰু ৰাৱটে খেলিমেলি কৰাৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে। প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত চলা বিদ্ৰোহৰ উক্মুকনিত দলৰ কেইবাজনো বিধায়কে হাত উজান দিয়াৰ কথা জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd