• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শলঠেকত মোদী-শ্বাহ! কৃষি আইনক লৈ বিজেপিক তীব্ৰ সমালোচনা RSSৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2021 7:41 am
Raghunandan Sharma

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আৰ এছ এছ নেতা ৰঘুনন্দন শৰ্মা। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষি আইনৰ বাবে এতিয়া তীব্ৰ চাপৰ সন্মুখীন হ’বলগীয়া হৈছে মোদী চৰকাৰ। পিচে, এইবাৰ কৃষি আইনক লৈ স্বয়ং আৰ এছ এছৰেই প্ৰবল আক্ৰমণৰ সন্মুখীন হৈছে বিজেপি।

শনিবাৰে জ্যেষ্ঠ আৰ এছ এছ নেতা ৰঘুনন্দন শৰ্মাই কৃষি আইনক লৈ কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ তোমৰক তীব্ৰ সমালোচনা কৰে।

Apply Now

আৰ এছ এছ নেতাগৰাকীয়ে কয়, ‘’ক্ষমতা মূৰত ধৰিছে। কৃষকসকলেই যেতিয়া এই আইনক সমৰ্থন কৰা নাই, তেনেক্ষেত্ৰত এই আইন প্ৰণয়নৰ কোনো প্ৰয়োজনেই নাছিল।‘’

দিল্লীত মাহৰ পাছত মাহ ধৰি নতুন কৃষি আইনৰ বিৰুদ্ধে লাখ লাখ কৃষকে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে। দিল্লী সীমান্ত অৱৰোধ কৰি বিক্ষোভত নামি পৰিছে কৃষকসকল। কৃষকসকলৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ ১১ বাৰকৈ বৈঠক অনুষ্ঠিত হৈছে যদিও নতুন আইন বাতিলৰ দাবীত আকোৰগোজ হৈ আছে কৃষকসকল।

কোনো সমাধান সূত্ৰ উলিয়াবলৈ সক্ষম নোহোৱা অৱস্থাত তীব্ৰ আন্দোলনৰ ফলস্বৰূপে সদ্যহতে নতুন কৃষি আইনৰ কাৰ্যকৰীকৰণৰ বিষয়টো চৰকাৰে স্থগিত ৰাখিছে। ইয়াৰ মাজতে এই বিক্ষোভক লৈ আন্তৰ্জাতিক পৰ্যায়তো সৰৱ হৈছে বহু ব্যক্তি-সংগঠন।

কিন্তু এইবাৰ এই সম্পৰ্কত সৰৱ হৈ পৰিছে স্বয়ং আৰএছএছ। সংগঠনটোৰ বৰ্ষীয়ান নেতা ৰঘুনন্দন শৰ্মাই নতুন কৃষি আইনৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

বিজেপিৰ শীৰ্ষ নেতৃত্বক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি আৰ এছ এছৰ নেতাগৰাকীয়ে কয়, ‘’ক্ষমতাৰ দম্ভই গিলিছে গোটেই দলটোক। জনসাধাৰণৰ সমৰ্থন এইদৰে কিয় হেৰাই যাবলৈ দিছে। পূৰ্বে কংগ্ৰেছৰ যি নীতিসমূহৰ প্ৰতি আমি সন্মত হোৱা নাছিলো, এতিয়া সেই নীতিসমূহকে বলপূৰ্বক বলবৎ কৰাৰ চেষ্টা কৰা হৈছে।‘’

নতুন কৃষি আইনক লৈ এনেয়ে অস্বস্তিত পৰিছে মোদী চৰকাৰ। তাতেই এই আইনৰ বিৰোধিতাৰে এনডিএ ত্যাগ কৰিছে শিৰোমণি আকালি দলে। আকালি দলৰ নেতাসকলে কৃষকৰ বিক্ষোভত সহযোগো কৰিছে।

তদুপৰি, এনডিএৰ একাধিক মিত্ৰ দলো কৃষি আইনক লৈ বিজেপিৰ স্থিতিত সন্তুষ্ট নহয়। এইবাৰ স্বয়ং আৰ এছ এছেই কৃষি আইনৰ বিৰুদ্ধে সৰৱ হৈ পৰাটোৱে মোদী-শ্বাহক শলঠেকত পেলোৱাটো প্ৰায় নিশ্চিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd