• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বুঢ়ীদিহিঙত উটি অহা গ্ৰেনেড-আবৃত দেহটো আলফা (স্বাধীন) কে’ডাৰ জান অসমৰ?

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 27, 2018 10:21 pm
ulfa-body-750x375

বুঢ়ীদিহিঙত উটি অহা দেহাটো। ছবি- নৰ্থ ইষ্ট নাও।

305
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত তাকেৰিত বুঢ়ীদিহিং নৈত উটি অহা অৱস্থাত সন্দেহজনক আলফা (স্বাঃ) সদস্য এজনৰ মৃতদেহক লৈ অঞ্চলটোত চাঞ্চল্য অব্যাহত আছে।

নিহত যুৱকজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই যদিও সেনা সূত্ৰই তেওঁক ‘জান অসম’ বুলি দাবী কৰিছে।

মৃতদেহটো উদ্ধাৰ কৰা পেঙেৰী থানাই তদন্ত অব্যাহত ৰাখিছে।

সেনাই উদ্ধাৰ কৰা বিস্ফোৰক। ছবি- নৰ্থ ইষ্ট নাও।

নিহত যুৱকজনৰ দেহ সম্পূৰ্ণ সামৰিক পোচাক আৰু গ্ৰেনেদেৰে আবৃত হৈ আছে। সেনাৰ সৈতে মঙলবাৰে নিশা অসম-অৰুণাচল সীমান্তৰ জাগুন আৰক্ষী চকী এলেকাৰ লেখাপানীত হোৱা সংঘৰ্ষত যুৱকজন নিহত হোৱা বুলি সন্দেহ কৰা হৈছে।

সেনা সূত্ৰই সংঘৰ্ষটোত দুজন আলফা সদস্য আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ঘটনাথলীৰ পৰা বহু সংখ্যক বিস্ফোৰক উদ্ধাৰ কৰা বুলি দাবী কৰিছিল।

সেনা সূত্ৰই দাবী কৰা মতে লেখাপানীৰ আদৰ্শ গাঁৱত ৰূপম অসম আৰু জান অসমৰ নেতৃত্বত আলফাৰ এটা ২২ জনীয়া দলে বাহৰ পাতি থকাৰ খবৰ পাই অভিযান চলাওঁতেই দুয়োপক্ষৰ মাজত তীব্ৰ সংঘৰ্ষ হয়।

সেনা সূত্ৰই সংঘৰ্ষটোত টাইগাৰ অসম গুৰুতৰভাৱে আহত হোৱা বুলি দাবী কৰিছিল।

সংঘৰ্ষৰ পিছতে অঞ্চলটোত সেনাই তীব্ৰ অভিযান আৰম্ভ কৰিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd