DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত এন এছ চি এন(আই এম)ৰে জড়িতৰ সন্দেহত সেনাই আটক কৰা যুৱকক লৈ ৰহস্য

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
December 23, 2018 7:36 pm
Apprehended youth

ফটো : নৰ্থ-ইষ্ট নাও

430
VIEWS
Share on FacebookShare on Twitter

২২ ডিচেম্বৰত অসম-অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটাৰ নামদাং চাহ বাগিচাৰ পথৰ পৰা সেনাৰ ৯নং বেটেলিয়নৰ ৰাজপুতনা ৰাইফলছৰ এটা দলে নিষিদ্ধ ঘোষিত সংগঠন এন এছ চি এন (আই এম)ৰ লগত জড়িত থকাৰ সন্দেহত ৰবি কুমাৰ পাছৱান (২৯) আৰু কেনা পাংটক (১৯) নামৰ দুজন যুৱকক আটক কৰাক কেন্দ্ৰ কৰি আজি মাৰ্ঘেৰিটা থানা চৌহদত এক চাঞ্চল্যমই পৰিৱেশে বিৰাজ কৰে।

আটকাধীন যুৱক দুজনৰ পৰা বিস্ফোৰক গান পাউদাৰ ৭০০ গ্ৰাম, আৰ ডি এক্স ৫০০ গ্ৰাম, জিলেটিন ৬ ডাল আৰু ফিউজ ৱাইৰৰ লগতে এছ-২৩ই-৫৩৮৩ নম্বৰৰ এখন গ্লেমাৰ মটৰ চাইকেল জব্দ কৰা বুলি সেনাই প্ৰেছ বিবৃতিৰ জৰিয়তে দাবী কৰাৰ বিপৰীতে যুৱক দুজনে সেনাৰ এই সকলো অভিযোগ খণ্ডন কৰে। সেনাৰ অভিযোগ খণ্ডন কৰাত এতিয়া সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

উল্লেখযোগ্য যে যুৱক দুজনক সেনাৰ দলটোৱে পাছত মাৰ্ঘেৰিটা আৰক্ষীক গতাই দিয়াত আটকাধীন যুৱকদ্বয়ে কোনো উগ্ৰপন্থী সংগঠনৰ লগতে জড়িত নহয় বুলি আৰক্ষী আৰু সংবাদ মাধ্যমৰ আগত স্পষ্টকে উল্লেখ কৰি দিয়ে। আনহাতে ঘৰলৈ গৈ থাকোতেহে সেনাৰ দলটোৱে তেওঁলোকক ষড়যন্ত্ৰমূলকভাৱে এন এছ চি এনৰে জড়িত কৰি গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে।

ইফালে সেনা আৰু আৰক্ষীয়ে এনে নিকৃষ্ট কাণ্ড তথা মিছা অভিসন্ধি ৰচনা কৰি সাধাৰণ লোকক উগ্ৰপন্থী সজাই হাৰাশাস্তি কৰাক লৈ যুৱক দুজনৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজ ক্ষুভিত হৈ পৰা পৰিলক্ষিত হয়। যুৱক দুজন কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত নহয় বুলি উল্লেখ কৰি স্থানীয় ৰাইজে আজি মাৰ্ঘেৰিটা আৰক্ষী থানাত উপস্থিত হৈ অতি শীঘ্ৰে যুৱক দুজনক মুকলি কৰি দিবলৈ দাবী জনায়।

Recent News

দিখৌত জাপ দি আত্মহত্যা কৰা শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ ঘটনাৰ নতুন মোৰ; মাতৃৰ এজাহাৰ

দিখৌত জাপ দি আত্মহত্যা কৰা শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ ঘটনাৰ নতুন মোৰ; মাতৃৰ এজাহাৰ

Assam HS results 2022: ২৭জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল; জনালে মুখ্যমন্ত্ৰীয়ে

Assam HS results 2022: ২৭জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল; জনালে মুখ্যমন্ত্ৰীয়ে

আমেৰিকা যুক্তৰাষ্ট্ৰত বাতিল কৰা হৈছে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰত বাতিল কৰা হৈছে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ

Rahul Gandhi’s office attacked: কেৰালাত ৰাহুল গান্ধীৰ সাংসদ কাৰ্যালয়ত এছএফআইৰ তাণ্ডৱ; চিপিআইএমৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ

Rahul Gandhi’s office attacked: কেৰালাত ৰাহুল গান্ধীৰ সাংসদ কাৰ্যালয়ত এছএফআইৰ তাণ্ডৱ; চিপিআইএমৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd