• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ বজাৰত ৱাল ষ্ট্ৰীটৰ আতংক; চেন্সেক্স ক্ৰেচ, নিফ্টিত পতন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 19, 2024 1:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে গ্লোবেল ট্ৰেণ্ডৰ সৈতে সংগতি ৰাখি ভাৰতৰ বেঞ্চমাৰ্ক শ্বেয়াৰ বজাৰ সূচকাংক তীব্ৰভাৱে হ্ৰাস পায়। আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে নিজৰ মূল সুতৰ হাৰ ২৫ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা কৰাৰ পিছত ভাৰতীয় শ্বেয়াৰ বজাৰতো পতন ঘটিছে।

ভাৰতীয় শ্বেয়াৰ বজাৰত পতন চেন্সেক্স-নিফটিৰ

Apply Now

এছএণ্ডপি বিএছই চেন্সেক্স ৯২৫.২১ পইণ্ট হ্ৰাস পাই ৭৯,২৫৬.৬৯ পইণ্টত উপনীত হোৱাৰ বিপৰীতে এনএছই নিফ্টি ৫০ ৩০৯.৭৫ পইণ্ট হ্ৰাস পাই ২৩,৮৮৯.১০ পইণ্টত উপনীত হয়। এটা সময়ত পুৱা ৯:২৫ বজালৈকে চেন্সেক্স ১১০০ পইণ্টৰ ওপৰত হ্ৰাস পাইছিল যদিও পিছত দ্ৰুতগতিত প্ৰত্যাৱৰ্তন ঘটি ৯০০ পইণ্টৰ তলত স্থিৰ হৈছে।

আমেৰিকাৰ বজাৰত অস্থিৰতাৰ ফলত ভাৰতীয় শ্বেয়াৰ বজাৰত পতন

জিঅ’জিট বিত্তীয় সেৱাৰ মুখ্য বিনিয়োগ কৌশলী ড. ভি কে বিজয়কুমাৰে কয় যে যেতিয়া বজাৰৰ মূল্যায়ন অতিমাত্ৰা হয়, তেতিয়া এটা সৰু উদ্দীপকেও বজাৰখনক তীব্ৰভাৱে সংশোধন কৰিব পাৰে।

বজাৰৰ অস্থিৰতাৰ সূচকাংক ইণ্ডিয়া ভিক্স ৩.৭০% বৃদ্ধি পাইছে। নিফটি মিডকেপ ১০০ সূচকাংক ০.৮৪% হ্ৰাস পোৱাৰ বিপৰীতে নিফ্টি স্মলকেপ ১০০ সূচকাংক ১.০২% হ্ৰাস পাইছে।

এফ আই আইৰ প্ৰভাৱ কম

ডলাৰৰ সূচকাংক ১০৮ৰ ওপৰত বৃদ্ধি পালে, আৰু ১০ বছৰৰ বণ্ডৰ ফলন ৪.৫২%ত উপনীত হ’ল, যিটো বিদেশী বিনিয়োগকাৰীৰ বাবে ঋণাত্মক হ’ব পাৰে। অৱশ্যে এইটো সাময়িক বুলি ধাৰণা কৰা হৈছে।

বিজয়কুমাৰে লগতে কয়, ‘আজিৰ বজাৰৰ তীব্ৰ অৱনতিয়ে বিনিয়োগকাৰীৰ বাবে ক্ৰয়ৰ সুযোগ সৃষ্টি কৰিব। কিন্তু বৃহত্তৰ বজাৰত এফআইআইৰ কম প্ৰভাৱৰ ফলত গ্ৰোথ ষ্টকসমূহ দ্ৰুতগতিত পুনৰুদ্ধাৰ হ’ব পাৰে।”

সকলো খণ্ডৰ সূচকাংকই ৰঙা সংকেত দেখুৱাইছে, আটাইতকৈ ডাঙৰ হ্ৰাস হৈছে নিফ্টি মেটালছ সূচকাংক ১.৬৭%, নিফ্টি ফাইনেন্সিয়েল চাৰ্ভিচেছ ১.৩২%, নিফ্টি ফাইনেন্সিয়েল চাৰ্ভিচেছ ২৫/৫০ ১.৩৩%, আৰু নিফ্টি ফাইনেন্সিয়েল চাৰ্ভিচেছ এক্স-বেংক ১.৪২%।

ইয়াৰ লগতে নিফটি অটো, নিফটি বেংক, নিফটি আই টিকে ধৰি অন্যান্য খণ্ডতো পতন দেখা পোৱা গৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd