DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত খিলঞ্জীয়া ত্ৰিপুৰীক প্ৰত্যাহ্বান জনাই বাঙালীৰ সুকীয়া ‘বাঙালীস্তান’ৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 20, 2020 7:04 pm
tripura-protest

ত্ৰিপুৰাত প্ৰতিবাদ

5.2k
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাত আঞ্চলিক পাৰ্টি আই পি এফ টিয়ে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকৰ বাবে ‘ত্ৰিপুৰালেণ্ড’ৰ দাবী জনাই থকাৰ সমান্তৰালভাৱে ‘আমৰা বাঙালী’ নামৰ সংগঠনটোৰ ত্ৰিপুৰা গোটে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ দাবীক প্ৰত্যাহ্বান জনাই বঙালী সকলৰ বাবে সুকীয়া ‘বাঙালীস্তান’ৰ দাবী জনাইছে।

সুকীয়া বাঙালীস্তানৰ দাবী জনাই অনুষ্ঠিত কৰা প্ৰতিবাদী কাৰ্য্যসূচীত সংগঠনটোৰ কৰ্মীসকলে ত্ৰিপুৰাত বাঙালী সকলে উগ্ৰপন্থীৰ আক্ৰমণৰ সন্মুখিন হৈ অহাৰ কথা উল্লেখ কৰি বাঙালীৰ সুৰক্ষিত ভবিষ্যতৰ বাবে পৃথক বাঙালীস্তানৰ প্ৰয়োজন বুলি কয়।

ব্ৰু শৰণাৰ্থী সকলৰ সমস্যা সমাধান কৰাৰ উদাহৰণ দি আমৰা বাঙালীৰ নেতা হৰি গোপাল দেৱনাথে ৰাজ্যখনত উগ্ৰপন্থীৰ আক্ৰমণৰ স্বীকাৰ হোৱা লোকসকলৰ কথাও ভাবিবৰ হ’ল বুলি উল্লেখ কৰি ত্ৰিপুৰাত দীৰ্ঘদিনৰ পৰা বাঙালী সকল উগ্ৰপন্থীৰ আক্ৰমণৰ সন্মুখিন হৈ আহিছে বুলি কয়।

দেৱনাথে ৰাজ্যখনত বাঙালী সকলে সন্মুখিন হৈ অহা অমানবীয় নিৰ্যাতনৰ কথাও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

ব্ৰু শৰণাৰ্থী সকলে চৰকাৰী সাহায্য লাভ কৰাৰ প্ৰসংগত মত দাঙি ধৰি দেৱনাথে ত্ৰিপুৰাত বহু বাঙালী পৰিয়ালো ব্ৰু সকলৰ দ্বাৰা নিৰ্যাতিত হোৱা বুলি কয় আৰু তেওঁলোকেও চৰকাৰী সাহায্য লাভ কৰিব লাগে বুলি দাবী জনায়।

প্ৰতিবাদী কাৰ্য্যসূচীত সংগঠনটোৱে ৰাষ্ট্ৰীয় স্তৰত এন আৰ চি আৰু ‘কা’ৰ বিৰোধিতা কৰি কোনো বাঙালীৰ নাম এন আৰ চি তালিকাৰ পৰা বাদ পৰিব দিয়া নহ’ব বুলি কয়।

Recent News

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd