• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বংগৰ ছিৰিয়েল কিলাৰ ‘চেইনমেন’ক মৃত্যুদণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2020 2:51 pm
Kamrujjaman-669x350
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনো পিষ্টল বা চোকা অস্ত্ৰ নহয়, চাইকেলৰ চেইনেৰে ডিঙিত মেৰিয়াই ইগৰাকীৰ পিছত সিগৰাকী সুন্দৰী মহিলা-যুৱতীক প্ৰথমে বলাৎকাৰ আৰু তাৰ পিছত হত্যা কৰা পশ্চিম বংগৰ ‘চেইন মেন’ হিচাবে কুখ্যাত ছিৰিয়েল কিলাৰ এজনক আদালতে মঙলবাৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰে।

৩৮ বছৰীয়া কামাৰুজ্জ জামান সৰকাৰ নামৰ লোকজনে ঘৰত অকলশৰে থকা মহিলা-যুৱতীক চিকাৰ হিচাবে বাচি লয়।

Apply Now

ঘৰত কোনো নথকাৰ সুযোগলৈ লোকজনে বিদ্যুত বিভাগৰ কৰ্মী বুলি চিনাকি দি ঘৰত প্ৰৱেশ কৰে আৰু অকলশৰীয়া মহিলা-যুৱতীক আক্ৰমণ কৰি ধৰাশায়ী কৰে।

ইয়াৰ পিছত অসহায় মহিলা-যুৱতীক  লোকজনে বলাৎকাৰ কৰি ডিঙিত চেইনেৰে মেৰিয়াই হত্যা কৰে।যোৱা বছৰৰ মে’ মাহত লোক জনে পুব বৰ্দ্ধমানত এগৰাকী ১৬ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰি হত্যা কৰিছিল ।

আৰক্ষীয়ে তদন্ত চলাই যোৱা বছৰৰ জুন মাহত লোক জনক গ্ৰেপ্তাৰ কৰিছিল।

‘চেইন কিলাৰ’ কামাৰুজ্জ জামান সৰকাৰৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছিল ১৫ টা গোচৰ।ইয়াৰে ২টা বলাৎকাৰ,৭টা হত্যা আৰু ৬টা হত্যাৰ চেষ্টা চলোৱাৰ গোচৰ।

উক্ত গোচৰ সমূহৰ ভিত্তিত বৰ্দ্ধমানৰ জিলা আদালতে মঙলবাৰে কামাৰুজ্জ জামান সৰকাৰ নামৰ অপৰাধী জনক মৃত্যুদণ্ডৰে দণ্ডিত কৰে।

‘চেইন কিলাৰ’ কামাৰুজ্জ জামান সৰকাৰক মৃত্যুদণ্ড বিহাত স্বস্তিৰ নিশ্বাস এৰিছে স্থানীয় লোক সকলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

October 28, 2026 11:36 am
অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’!  বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’! বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

October 28, 2026 9:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd