• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাছিয়াৰ ক’ৰ’ণা ভাইৰাছৰ ভেকচিনক লৈ সন্দেহ ব্যক্ত কৰিলে আমেৰিকা, বিশ্ব স্বাস্থ্য সংস্থাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 12, 2020 2:41 pm

1 min read

200717170016-russia-coronavirus-vaccine-trials-lab-
462
VIEWS
Share on FacebookShare on Twitter

মহামাৰীৰ ৰুপ ধাৰণ কৰা ক’ৰ’ণা ভাইৰাছৰ ভেকচিন মুকলি কৰা বুলি দাবী কৰা ৰাছিয়াৰ দাবীক সহজ ভাৱে গ্ৰহণ কৰিব পৰা নাই আমেৰিকাকে ধৰি বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্বৰ বহু কেইখন দেশে।

ৰাছিয়াই কালি ঘোষণা কৰিছিল যে দেশ খনে স্পুটনিক-ভি নামৰ ক’ৰ’ণা ভাইৰাছৰ ভেকচিন বিধ সাজু কৰি তুলিছে।

কেৱল সেয়াই নহয়, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কন্যাৰ দেহত সেই ভেকচিন প্ৰয়োগো কৰা হৈছে।

ৰাছিয়াৰ ভেকচিন আবিষ্কাৰৰ দাবীক পিছে বিশ্বাসত ল’ব পৰা নাই আমেৰিকা আৰু বিশ্ব স্বাস্থ্য সংস্থাই।

ক’ৰ’ণা ভাইৰাছৰ ভেকচিন আবিষ্কাৰৰ বাবে অক্সফোৰ্ড বিশ্ববিদ্যালয়, মডাৰ্ণা,ফাইজাৰ আদিয়ে দিনে-নিশাই চেষ্টা কৰি থকাৰ সময়তে ৰাছিয়াই হঠাতে ভেকচিন মুকলি কৰাৰ কথাই বহুতোকে সন্দিহান কৰি তুলিছে।

আমেৰিকাৰ সংক্ৰামক ৰোগ বিশেষজ্ঞ এন্হনী ফাউচিয়ে ৰাছিয়াৰ দাবী মানি ল’ব পৰা দাবী নহ’য় বুলি মন্তব্য কৰি কয় যে ক’ৰ’ণাৰ ভেকচিনৰ বাবে যিবোৰ প্ৰক্ৰিয়া সমাপণ কৰিব লাগে সেয়া ৰাছিয়াই কৰা নাই।

বিশ্ব স্বাস্থ্য সংস্থায়ো ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰীলৈ লিখা পত্ৰত এই বুলি কৈছে যে স্পুটনিক-ভি ভেকচিনৰ মানৱ দেহত যি পৰিমাণে পৰীক্ষণ হ’ব লাগিছিল সেয়া হোৱা নাই।

ভেকচিন এবিধ নিৰাপদ হয় নে নহয় সেয়া জানিবলৈ কেইবা হাজাৰ লোকৰ দেহত ইয়াৰ পৰীক্ষণ হ’ব লাগে।

যি কাম ৰাছিয়াই কৰা নাই। সেয়ে কেৱল প্ৰথম হোৱাৰ দাবীদাৰ হ’বলৈয়ে ৰাছিয়াই ভেকচিন মুকলি কৰা বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে।

Recent News

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd