• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশবাসীৰ বাবে সুখবৰ: ছেৰাম ইনষ্টিটিউটে ঘৰুৱা প্ৰযুক্তিৰে প্ৰস্তুত কৰিলে নিউমোনিয়াৰ প্ৰথম ভেকচিন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2020 2:19 pm
a images.jpg123
569
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছৰ ভেকচিন বজাৰলৈ আহো আহো কৰি থকাৰ সময়তে দেশৰ স্বাস্থ্য ক্ষেত্ৰ খনলৈ আহিছে আন এক সুখবৰপুনেৰ ছেৰাম ইনষ্টিটিউটে শেহতীয়াকৈ সম্পূৰ্ণ ঘৰুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰি উলিয়াইছে নিউমোনিয়াৰ ভেকচিন।

এই ভেকচিন অহা সপ্তাহতে বজাৰত মুকলি কৰি দিয়া হব বুলি ছেৰাম ইনষ্টিটিউটৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে।

বিষয়া গৰাকীয়ে প্ৰকাশ কৰা মতে বিশ্বত এতিয়ালৈকে বিদেশৰ মাত্ৰ দুটা কোম্পানীয়েহে নিউমোনিয়াৰ ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে।

সেই ভেকচিনৰ তুলনাত ছেৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা ভেকচিনৰ মূল্য তুলনামূলক ভাবে কম হব বুলি তেওঁ প্ৰকাশ কৰে।

উল্লেখ্য বিশ্বত বিভিন্ন ৰোগৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰতৰ বেছ নাম আছে।

ভাৰতে এতিয়ালৈকে বিশ্বত প্ৰচলিত ভেকচিনৰ ৬০ শতাংশই প্ৰস্তুত কৰিছে। নিউমোনিয়া ৰোগে প্ৰতি বছৰে বহু লোকৰ প্ৰাণ কাঢ়ি নিয়ে।

ভাৰতে সম্পূৰ্ণ নিজা প্ৰযুক্তিৰে ভেকচিন সাজি উলিওৱাৰ ফলত এতিয়া দেশবাসীয়ে কম মূল্যতে নিউমোনিয়াৰ ভেকচিন লাভ কৰিবলৈ সক্ষম হ’ব।

ইপিনে কোভিডৰ ভেকচিন উৎপাদনৰ ক্ষেত্ৰতো ছেৰাম ইনষ্টিটিউট এতিয়া ভালেখিনি আগুৱাই গৈছে।

সকলো ঠিকে ঠাকে থাকিলে নতুন বছৰৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে দেশবাসীয়ে কোভিডৰ ভেকচিন  লাভ কৰিবলৈ সক্ষম হ’ব বুলি ভবা হৈছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd