• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড ভেকচিনৰ দাম হ’ব আপোনাৰ সাধ্যৰ ভিতৰত, কিমান হ’ব পাৰে দাম?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 9, 2020 2:10 pm
Coronavirus-Vaccine

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড ভেকচিন শীঘ্ৰেই দেশবাসীৰ হাতত পৰাৰ দিশে।

আৰু হয়তো কিছুদিন পিছতেই কোভিড ভেকচিন দেশৰ সাধাৰণ লোকসকলৰ বাবে বজাৰত মুকলি কৰি দিয়া হ’ব।

Apply Now

কিন্তু কিমান হ’ব পাৰে একোটা কোভিড ভেকচিনৰ দাম?কোভিড ভেকচিন প্ৰস্তুত কৰি থকা ভাৰতৰ প্ৰতিষ্ঠান ছেৰাম ইনষ্টিটিউটে ভাৰত চৰকাৰৰ সৈতে ভেকচিন যোগানৰ এখন চুক্তি কৰিব।

সেই চুক্তিৰ আধাৰতে ছেৰাম ইনষ্টিটিউটে দেশবাসীৰ বাবে মোকলাই দিব ভেকচিন।

ছেৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই প্ৰকাশ কৰা মতে প্ৰতিটো কোভিড ভেকচিনৰ দাম ২৫০ টকাৰ ভিতৰতে সীমাৱদ্ধ ৰখাৰ বাবে তেওঁলোকে চেষ্টা চলাই গৈছে।

তেওঁ লগতে কয় যে ভাৰতত ভেকচিন বিধৰ দাম ১০০০ টকা ধাৰ্য কৰা হ’ব যদিও চৰকাৰে যদি বেছি মাত্ৰাত ভেকচিন কিনে তেন্তে সেই দাম প্ৰায় ২৫০ টকালৈ নামি আহিব। প্ৰথমে ভাৰতৰ বজাৰত মুকলি কৰাৰ পিছতহে ভেকচিন বিদেশলৈ প্ৰেৰণ কৰা হ’ব।

ইপিনে ফাইজাৰ ইণ্ডিয়ায়ো ড্ৰাগছ কন্ট্ৰ’লাৰ জেনেৰেল (ডিজিচিআই)ৰ পৰা ভাৰতত তেওঁলোকে প্ৰস্তুত কৰি উলিওৱা কোভিড ভেকচিনৰ বিক্ৰীৰ বাবে অনুমোদন বিচাৰিছে।

ব্ৰিটেইন আৰু বাহৰেইনৰ পৰা অনুমোদন পোৱাৰ পাছত ফাইজাৰে এইবাৰ ভাৰতৰ পৰাও এই অনুমতি বিচাৰিছে।

বাতৰি অনুসৰি, ২০১৯চনৰ নতুন দৰৱ তথা ক্লিনিকেল ট্ৰায়েল আইন অনুসৰি ভাৰতত তেওঁলোকৰ কোভিড ভেকচিনৰ আমদানি, সৰবৰাহ তথা বিক্ৰীৰ অনুমোদন বিচাৰি ফাইজাৰে আবেদন জনাইছে।

অলপতে, ফাইজাৰ আৰু বায়’এনটেক সংস্থাৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা কোভিড ভেকচিন জৰুৰী অৱস্থাত বিক্ৰীৰ বাবে ব্ৰিটেইনে সাময়িক অনুমোদন দিছে।

বাতৰি মতে, ফাইজাৰে তেওঁলোকৰ কোভিড ভেকচিনৰ বিক্ৰীৰ অনুমোদন বিচাৰি আমেৰিকাকো আবেদন জানইছে।

উল্লেখ্য যে ভাৰতত বৰ্তমান মুঠ পাঁচটা ভেকচিনৰ ট্ৰায়েল চলিছে। ইয়াৰ ভিতৰত ছেৰাম ইনষ্টিটিউটে অক্সফোৰ্ড-এষ্ট্ৰোজেনেকাই প্ৰস্তুত কৰা ভেকচিনৰ ট্ৰায়েলো চলাই আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

June 23, 2026 8:08 pm
কিয় বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ? দিল্লীৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব কাৰণ

কিয় বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ? দিল্লীৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব কাৰণ

June 23, 2026 8:05 pm
চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

June 23, 2026 7:34 pm
পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

June 23, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

June 23, 2026 8:08 pm
কিয় বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ? দিল্লীৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব কাৰণ

কিয় বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ? দিল্লীৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব কাৰণ

June 23, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd