• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, February 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিয় মেঘালয়ৰ সৈতে চামিল হ’ব খুজিছে অসমৰ সাতখন গাঁৱৰ বাসিন্দাই?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 22, 2020 10:28 am

1 min read

Protest
498
VIEWS
Share on FacebookShare on Twitter

কামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰী অঞ্চলৰ সাতখন পাছপৰা তথা ভিতৰুৱা গাঁৱৰ বাসিন্দাসকলে অঞ্চলটোত বিজেপি চৰকাৰে কোনো উন্নয়নমূলক কাম নকৰাৰ অভিযোগ তুলি চুবুৰীয়া মেঘালয়ৰ সৈতে চামিল হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে।

গৰুবন্ধা, বেছিমাৰি, দেৱানবিল, বৰগৰাং, বেংগেলীলা, কট্ৰাবাৰী আৰু শান্তিবিলৰ বাসিন্দাসকলে তেওঁলোকৰ অঞ্চলসমূহ মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলাৰ সৈতে চামিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বাসিন্দাসকলে কয় যে স্বাধীনতাৰ পাছৰে পৰা তেওঁলোকৰ অঞ্চলসমূহত কোনো উন্নয়নৰ কাম পৰিলক্ষিত নহ’ল।

শনিবাৰে অঞ্চলটোৰ বাসিন্দাসকলে পথ যোগাযোগ, বিশুদ্ধ খোৱাপানী, বিদ্যুৎ যোগান,স্বাস্থ্যসেৱা তথা শিক্ষাৰ দৰে বুনিয়াদী সা-সুবিধাসমূহৰ প্ৰতি চৰকাৰৰ অৱহেলাৰ অভিযোগ তুলি প্ৰতিবাদ সাৱ্যস্ত কৰে।

তেওঁলোকে লগতে তেওঁলোকৰ এই দুৰাৱস্থাৰ বাবে পলাশবাৰীৰ বিধায়ক প্ৰনব কলিতাৰ বিৰুদ্ধেও ক্ষোভ উজাৰে আৰু তেওঁলোকৰ এনে অৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত কেতিয়াও চেষ্টা নকৰাৰ অভিযোগ তোলে।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd