• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনত অচিন ৰোগ! পোকৰ কামোৰত বিয়পিছে ভাইৰাছ; ৭জনৰ মৃত্যু, আক্ৰান্ত ৬০জন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2020 4:46 pm
WhatsApp Image 2020-08-06 at 3.53.50 PM

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাৰ সংহাৰ নিয়ন্ত্ৰণৰ বাবে গোটেই বিশ্ব এতিয়া ব্যস্ত। চীনৰ উহানৰ পৰা বিয়পি পৰা কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বকে এতিয়া ছানি ধৰিছে।

কৰ’নাৰ ফলত এতিয়ালৈকে সাত লাখতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে আৰু ১ কোটি ৮০লাখতকৈয়ো অধিক লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

Apply Now

ইয়াৰ মাজতে এইবাৰ চীনত আৰম্ভ হৈছে আন এক নতুন ভাইৰাছৰ আতংক।

বিশেষজ্ঞসকলে জানিবলৈ দিছে যে এক ধৰণৰ ৰক্তপায়ী পোকৰ পৰা এই ভাইৰাছৰ সংক্ৰমণ বিয়পি পৰিছে।

চৰকাৰীভাৱে প্ৰকাশ কৰা মতে চীনত আৰম্ভ হোৱা এই নতুন ভাইৰাছৰ সংক্ৰমণৰ ফলত সাতজনৰ মৃত্যু হৈছে আৰু আক্ৰান্তৰ সংখ্যা ৬০জনলৈ বৃদ্ধি পাইছে।

বাতৰি অনুসৰি, পূব চীনৰ জিয়াংসু প্ৰদেশত এতিয়ালৈকে ৩৭জনৰ দেহত নতুন Severe fever with thrombocytopenia syndrome (SFTS)ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

এই ভাইৰাছৰ সাধাৰণ লক্ষণসমূহৰ ভিতৰত আছে নেৰানেপেৰা জ্বৰ, চৰ্দি কাহৰ লগতে লিউকোছাইটৰ সংখ্যা হ্ৰাস পোৱা। ইয়াক একলগে SFTS বুলি কোৱা হৈছে ।

আনহাতে, পূব চীনৰে আনহুই প্ৰদেশত আৰু ২৩ জন লোক এই নতুন ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

অৱশ্যে, কোভিড-১৯ ভাইৰাছৰ দৰে এই SFTS ভাইৰাছ প্ৰাণনাশী হয় নে নহয় সেয়া এতিয়াও পৰীক্ষা-নিৰীক্ষাৰ পৰ্যায়তে আছে।

বাতৰিত কোৱা হৈছে যে আনহুই আৰু জিয়াংসু প্ৰদেশত নতুন ভাইৰাছত আক্ৰান্ত হোৱাৰ ফলত সাতজন লোকৰ মৃত্যু হৈছে।

চীনৰ বিশেষজ্ঞসকলে জানিব দিয়া মতে SFTS ভাইৰাছ কোনো নতুন ভাইৰাছ নহয়। ২০১১ চনতে এই ভাইৰাছৰ পেথ’জেনক পৃথক কৰা হয় আৰু এইটো বুনিয়াভাইৰাছ শাখাত পৰিছে।

ভাইৰ’লজিষ্টসকলৰ ধাৰণা যে এক ধৰণৰ ৰক্তপায়ী পোকৰ কামোৰৰ পৰাই মানুহৰ দেহলৈ এই ভাইৰাছৰ সংক্ৰমণ ঘটিছে। পিচে, মানুহৰ পৰা মানুহলৈ এই ভাইৰাছ সংক্ৰমণ হোৱাৰ আশংকা তেওঁলোকে অস্বীকাৰ কৰা নাই।

ইপিনে, চিকিৎসকসকলে সাৱধান কৰি দি জনাইছে যে পোকৰ কামোৰেই হৈছে ইয়াৰ মূল সংক্ৰমণ উৎস। অৱশ্যে, এই ভাইৰাছক লৈ এতিয়াই আতংকিত হোৱাৰ কাৰণ নাই বুলি তেওঁলোকে স্পষ্ট কৰি দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd