• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৃহস্পতিবাৰে সাতগৰাকী বন্দীক বঙাইগাঁও ডিটেনশ্যন কেম্পৰ পৰা মুকলি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 21, 2019 9:15 pm

2 min read

Ditension Camp

ডিটেনশ্যন কেম্প

3.6k
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ মে’ মাহত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বঙাইগাঁও ডিটেনশ্যন কেম্পৰ পৰা বৃহস্পতিবাৰে সাত গৰাকী বন্দীক মুকলি কৰি দিয়া হয়।

মুকলি কৰি দিয়া ব্যক্তি কেইগৰাকী হ’ল ক্ৰমে- নিবাৰণ বৰ্মন(৬০), আৰিছুদ্দিন(৬০), জালালুদ্দিন(৫০), চাৰি শ্বেইখ(৬৬), মানিকজান বিবি(৫৪), আজবাহাৰ আলী(৫৫) আৰু আলি আকবৰ(৫৫)।

বৃহস্পতিবাৰে কেম্পৰ পৰা মুকলি কৰি দিয়া ব্যক্তি সকলে ডিটেনশ্যন কেম্পত তিনিবছৰতকৈ অধিক কাল কটাইছে আৰু প্ৰত্যেককে এক লাখ টকা আৰু দুগৰাকী স্থানীয় ব্যক্তিৰ জমানতত মুকলি কৰি দিয়া হয়।

চৰকাৰী তথ্য মতে, অসমৰ বিভিন্ন ডিটেনশ্যন কেম্পত মুঠ ১০৪৩ গৰাকী বিদেশী আছে ইয়াৰ ভিতৰত ১০২৫ গৰাকী বাংলাদেশৰ পৰা আৰু ২৫ গৰাকী ম্যানমাৰৰ পৰা অহা।

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে চলিত বৰ্ষৰ মে’ মাহত ডিটেনশ্যন কেম্পত তিনিবছৰ সম্পূৰ্ণ কৰা বন্দী সকলক নিৰ্দিষ্ট চৰ্তৰ বিনিময়ত মুকলি কৰি দিবলৈ নিৰ্দেশ দিছিল।

ন্যায়ালয়ে মুকলি কৰি দিবলগীয়া বন্দী সকলক স্থানীয় জমানত আৰু এক লাখ টকাকৈ আদায় দিব কোৱাৰ লগতে কৰ্তৃপক্ষক তেওঁলোকৰ বায়োমেট্ৰিক সংগ্ৰহ কৰি সুৰক্ষিত ডাটাবেচত ৰাখিবলৈ নিৰ্দেশ দিছিল।

তাৰোপৰি তেওঁলোকে ডিটেনশ্যন কেম্পৰ পৰা মুকলি কৰি দিয়া লোকসকলে সপ্তাহত এবাৰকৈ আৰক্ষী থানাত খবৰ কৰিব লাগিব বুলিও ন্যায়ালয়ে নিৰ্দেশ দিছিল।

বৃহস্পতিবাৰে মুকলি কৰি দিয়া বন্দী সকলক মানৱ অধিকাৰ কৰ্মী হৰ্ষ মণ্ডৰৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে মুকলি কৰি দিবলৈ কয়।

 

Recent News

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd