• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৈদ্যুতিক গাড়ীৰ চাৰ্জিঙৰ পৰা ঘৰত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭জনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2026 10:25 am
ফটোঃ এ আইৰ সৌজন্যত।

ফটোঃ এ আইৰ সৌজন্যত।

60
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰৰ ব্ৰজেশ্বৰী এনেক্স অঞ্চলৰ এটা বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। বুধবাৰে পুৱতি নিশা ঘৰৰ অগ্নিকাণ্ডটোত একেটা পৰিয়ালৰ ৭ জন সদস্য জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয়। আন তিনিজন গুৰুতৰভাৱে আহত হয়।

এই ঘটনাটোৱে অঞ্চলজুৰি এক বৃহৎ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাথমিক অনুমান অনুসৰি ঘৰৰ সন্মুখত ৰখা বৈদ্যুতিক বাহনৰ বেটাৰী চাৰ্জ কৰি থকাৰ সময়তে বিস্ফোৰণ হোৱাত এই দুৰ্ঘটনা সংঘটিত হয়।

Apply Now

বাতৰিৰ সূত্ৰ অনুসৰি ঘৰৰ সন্মুখত এখন বৈদ্যুতিক বাহন ৰখা হৈছিল। ইয়াক চাৰ্জত ৰখা আছিল। শ্বৰ্ট চাৰ্কিট বা বেটাৰী ফাটি যোৱাৰ ফলত গাড়ীখনত জুই লাগিছিল। দ্ৰুতগতিত বিয়পি পৰা জুই ক্ষন্তেকতে ঘৰখনলৈ বিয়পি পৰে।

প্ৰথমে ঘৰৰ সন্মুখত অৰ্থাৎ প্ৰৱেশদ্বাৰত অগ্নিকাণ্ড সংঘটিত হয়। জুই ইমান সোনকালে বিয়পি পৰে যে পৰিয়ালৰ লোকে ওলাই অহাৰ সুযোগ নোপোৱাত ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰে। তাতে ৭ জন জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়। তেওঁলোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

আৰক্ষীৰ মতে, বাহিৰত যিখন গাড়ীৰ পৰা অগ্নিকাণ্ড সংঘটিত হৈছিল, সেইখন গাড়ী আছিল বৈদ্যুতিক গাড়ী। নিশা গাড়ীখনত চাৰ্জ দিয়া হৈছিল। কেনেবাকৈ শ্বৰ্ট চাৰ্কিটৰ ফলত গাড়ীত জুই লাগে। তাৰ পৰাই গোটেই ঘৰখনলৈ বিয়পি পৰিল।

ঘৰৰ ভিতৰত কমেও ১০টা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুই আৰু অধিক ধ্বংসাত্মক হৈ পৰে। প্ৰশাসনৰ তথ্য অনুসৰি এই পৰ্যন্ত ঘৰৰ দুটা মহলাৰ পৰা ৭ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনী আৰু এটা মহলাত উপস্থিত হৈছে।

স্থানীয় লোকে জনোৱা মতে, ঘন অঞ্চলৰ বাবে অগ্নিনিৰ্বাপক বাহিনীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হ’বলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। অগ্নিনিৰ্বাপক বাহিনী অহাৰ পূৰ্বে স্থানীয় ৰাইজে ৩ জন লোকক উদ্ধাৰ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd