• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত নতুনকৈ সাতজন ক’ৰ’না পজিটিভ; শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি আক্ৰান্তক

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱলাগৰ , June 1, 2020 2:25 pm

1 min read

20200601_004529
382
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত কোভিড১৯ পজিটিভৰ সংখ্যা দিনে দিনে বৃদ্ধি পাব ধৰিছে।

আজি সোমাবৰৰ এই মুহূৰ্তলৈকে ৰাজ্যত ১৩৮৪ গৰাকী কোভিড১৯ পজিটিভ পোৱা গৈছে।

দেওবাৰে শিৱসাগৰ জিলাৰ ৭ জন ব্যক্তিৰ দেহত ক’ৰ’না পজিটিভ পোৱা গৈছে। এই কথা টুইটাৰ যোগে প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰে পাঁচজন ব্যক্তি শিমলুগুৰি, চণ্টক আৰু গেলেকীৰ বুলি জানিব পৰা গৈছে।

আটাইকেইজন ব্যক্তি নাজিৰা গড়গাঁৱৰ কোৱাৰেন্টাইন চেন্টাৰত আছিল।

আনহাতে এজন আমগুৰি আৰু এজন সাপেখাটী কোৱাৰেন্টাইন চেন্টাৰত থকা বুলি জানিব পৰা গৈছে।

নাজিৰা কোৱাৰেন্টাইন চেন্টাৰত থকা ব্যক্তিকেইজন চেন্নাই পৰা অসমলৈ ২৭ মে’ত আহিছিল।

আটাইকেইজন ব্যক্তিৰ নমুনা সংগ্ৰহ কৰা হৈছিল ২৭ মে’ত।

আজি ডিব্ৰুগড়ৰ লহোৱালস্থিত আইচিএমআৰ পৰা অহা ৰিজাল্টত শিৱসাগৰৰ সাতজন ব্যক্তিৰ দেহত কোভিড১৯ পজিটিভ ধৰা পৰে।

ইতিমধ্যে আটাইকেইজন ব্যক্তিকে উন্নত চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Tags: COVID-19

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd