• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ সাতগৰাকী উদ্যমীক সন্মানিত কৰা হ’ল ৰাষ্ট্ৰীয় উদ্যমিতা পুৰস্কাৰেৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 11, 2019 2:24 pm

1 min read

253-3-702x336
2.1k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় কৌশল আৰু বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে উত্তৰ-পূবৰ সাতগৰাকী যুৱ উদ্যমীক ৰাষ্ট্ৰীয় উদ্যমিতা পুৰস্কাৰ, ২০১৯ ৰে সন্মানিত কৰিছে।

৯ নৱেম্বৰ অৰ্থাৎ শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত বিভিন্ন শাখাৰ ৩৬ টা ৰাষ্ট্ৰীয় পুৰস্কাৰৰ ভিতৰত উত্তৰ-পূব আৰু ছিকিমৰ সাতগৰাকী যুৱ উদ্যমীক এই সন্মান প্ৰদান কৰা হয়।

সন্মানিত যুৱ উদ্যমী কেইগৰাকী হ’ল- শ্বিলঙৰ ডাকটি ক্ৰাফটৰ প্ৰতিষ্ঠাপক ৰিডা গটফোহ, শ্বিলং বেম্বোৰ প্ৰতিষ্ঠাপক বনদাবিয়েং ডেৱখৈড, ইম্ফলৰ গ্ৰীণ বায়’টেক চল্যুশ্বনৰ প্ৰতিষ্ঠাপক গীতাশোৰী য়ুমনাম, জে এছ এণ্টাৰপ্ৰাইজৰ প্ৰতিষ্ঠাপক থ’কটোম ৰীণা লুৱাং।

ইয়াৰ উপৰি আছে বঙাইগাঁৱৰ অভয়াপুৰীৰ এ এন স্পাইচ ইণ্ডাষ্ট্ৰিজৰ প্ৰতিষ্ঠাপক এলেমুন নেছা, ডিমাপুৰৰ টোকা মাল্টিপাৰ্পাজ কো-অপাৰেটিভ ছ’চাইটিৰ প্ৰতিষ্ঠাপক কোচিচো চিচি আৰু ইম্ফলৰ আই চি এ আৰৰ বিজ্ঞানী ড০ শুভ্ৰ চৈকত ৰয়।

এই সন্মানৰ সৈতে আছে নগদ পাঁচ লাখ টকা, এখন প্ৰমাণপত্ৰ আৰু এটা স্মাৰক।

ৰাষ্ট্ৰ নিৰ্মাণত যোগোৱা উল্লেখনীয় অৰিহণাৰ বাবে তেওঁলোকক এই সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানটি নতুন দিল্লীস্থ প্ৰবাসী ভাৰতীয় কেন্দ্ৰত অনুষ্ঠিত হয়।

মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডে, এম এছ ডি ইৰ যুটীয়া সচিব জ্যোৎস্না ছিটলিঙৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই পুৰস্কাৰসমূহ প্ৰদান কৰা হয়।

Recent News

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd