DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত ভয়াৱহ ভূমিস্খলন, শিশু সহ সাত গৰাকী লোকৰ কৰুণ মৃত্যু

ডেমিয়েন লেপচা by ডেমিয়েন লেপচা
July 10, 2020 5:23 pm
ফটো-নৰ্থ-ইষ্ট নাও

ফটো-নৰ্থ-ইষ্ট নাও

253
VIEWS
Share on FacebookShare on Twitter

নেৰানেপেৰা বৰষুণৰ বাবে অৰুণাচল প্ৰদেশত হোৱা ভূমিস্খলত মাত্ৰ ৯ ঘণ্টাৰ ভিতৰতে সাত গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

শেহতীয়াভাৱে দুগৰাকী শিশুকে ধৰি তিনিগৰাকী লোকৰ ভূমিস্খলনৰ ফলত মোদিৰিজ’ অঞ্চলত মৃত্যু হৈছে। উদ্ধাৰকাৰী দলে চলাই থকা উদ্ধাৰ অভিযানত মাটৰ তলত আৰু চাৰি গৰাকী লোক আৱদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে।

মৃত লোক কেইগৰাকী ক্ৰমে কামদাক কাগুং(৩০), কামদাক কৰ্না(৯) আৰু কামদাক জিতা (৮) বুলি চিনাক্ত কৰা হৈছে।

”ৰাষ্ট্ৰীয় ঘাইপথ ৪১৫ৰ সমীপতে থকা কামদাক তাও নামৰ ব্যক্তি গৰাকীৰ কেঁচা ঘৰটো আজি ৰাতিপুৱা ১১.৩০ মান বজাত ভূমিস্খলনে সম্পূৰ্ণৰূপে পুতি পেলোৱাৰ ফলতে ভায়বহ দুৰ্ঘটনাটো সংঘটিত হয়,” অৰুণাচলৰ এগৰাকী আৰক্ষী বিষয়াই এইদৰে জানিবলৈ দিয়ে।

ভূমিস্খলনৰ কবলত পৰা ঘৰটোৰ পৰা এজন কনমানি ল’ৰা আৰু এগৰাকী ছোৱালীৰ কথামপি প্ৰাণ ৰক্ষা পৰে যদিও ছোৱালীজনী আঘাতপ্ৰাপ্ত হয়।

ইটানগৰ আৰক্ষী আৰু এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

আজি পুৱতি নিশাৰ ভাগতো পাপুম পাৰে জিলাৰ তিগদো গাঁৱৰ এগৰাকী শিশুকে ধৰি চাৰি গৰাকী লোকৰ ভূমিস্খলনৰ ফলত মৃত্যু হৈছিল।

Recent News

UP Couple Kills Daughter

অ’নাৰ কিলিং! গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবেই যুৱতীক হত্যা নিজ পিতৃ-মাতৃৰ!

Indian Missing In Turkey

ভূমিকম্প বিধ্বস্ত তুৰস্কত সন্ধানহীন ভাৰতীয় নাগৰিক: ১০ ভাৰতীয় আৱদ্ধ ভূমিকম্পপীড়িত চহৰত

Rahul Gandhi accuses Modi

বন্ধু আদানীক ৰক্ষণাবেক্ষণ মোদীৰ! সংসদত পুনৰ সোচ্চাৰ ৰাহুল গান্ধী

dust storm in Guwahati

ধূলিয়ৰি গুৱাহাটী: অত্যন্ত নিম্ন স্তৰত মহানগৰীৰ বায়ুৰ গুণাগুণ সূচাংক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd