• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিশাৰ মহানগৰীত পুনৰ এক দলীয় আক্ৰমণৰ ঘটনা : আহত দুজন যুৱক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 27, 2019 1:44 pm
krisna sarma

যুৱকৰ দলৰ আক্ৰমণত আহত যুৱক কৃষ্ণ শৰ্মা। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীত শুকুৰবাৰে মাজনিশা সংঘটিত হয় এক দলবদ্ধ আক্ৰমণৰ ঘটনা।  ছয়মাইলত ৰাজপথৰে গৈ থকা অৱস্থাতে গাড়ী ৰখাই ৭ জনীয়া যুৱকৰ এটা দলে চোকা অস্ত্ৰৰে দুজন যুৱকক ঘপিয়ায়।

জানিব পৰা মতে, গাড়ীৰে পথ এৰি নিদিয়াক কেন্দ্ৰ কৰিয়েই কালি নিশাৰ এই ঘটনাটো সংঘটিত হয়।

Apply Now

ঘটনা বিবৰণী অনুসৰি গণেশগুৰিৰ পৰা ছয়মাইলৰ দিশে গৈ আছিল ৩খন গাড়ী। সন্মুখৰ গাড়ী দুখনৰে গৈ থকা ৭ জনীয়া যুৱকৰ দলটোৱে পিছে পিছে গৈ থকা গাড়ীখনক পথ এৰি দিয়া নাছিল।

সেই সময়তে ছাইড বিচাৰি হৰ্ণ বজাওঁতেই ৭ জনীয়া যুৱকৰ দলটোৱে গাড়ী ৰখাই পাছৰ বাহন খনত আহি থকা দুই যুৱকক আক্ৰমণ কৰে।

the cars engaged in the incident
ঘটনাৰ লগত ব্যৱহৃত গাড়ীকেইখন। ফটো : নৰ্থইষ্ট নাও

চোকা অস্ত্ৰৰে ইন’ভাখনত আহি থকা যুৱকক দুজনক আক্ৰমণ কৰাত দুয়োজন যুৱক আহত হয়। আহত যুৱক দুজনৰ নাম কৃষ্ণ শৰ্মা আৰু মহিবুল ইছলাম।

আনহাতে, উক্ত সময়তে একাংশ প্ৰত্যক্ষদৰ্শীয়ে খৱৰ দিয়াত ঘটনাস্থলীত দিচপুৰ আৰক্ষী আহি উপস্থিত হয়। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আক্ৰমণকাৰী ৭ যুৱকৰ মাজৰ ৫ জনক আটক কৰে।

আটকাধীন যুৱককেইজন হৈছে ক্ৰমে ঋষিৰাজ চেতিয়া, দীপক সিং, অভিষেক নায়ক, বিচান মুখাৰ্জী আৰু ৰাহুল দিকজ। ইয়াৰে বিচান মুখাজীৰ ঘৰ কলকাতাত বুলি জানিব পৰা গৈছে।

ইপিনে, ঘটনা সংঘটিত কৰাৰ পাছতে ঘটনাস্থলীৰ পৰা আন দুজন যুৱকে পলায়ন কৰে। আক্ৰমণকাৰী যুৱককেইজন  Oraval travels pvt ltd ত কৰ্মৰত।

আৰক্ষীয়ে ইতিমধ্যে যুৱককেইজনে ব্যৱহাৰ কৰা দুয়োখন গাড়ী জব্দ কৰিছে। দিচপুৰ আৰক্ষীয়ে নিশা প্ৰায় ৩ মান বজাত ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে।দুয়োপক্ষৰ ফালৰ পৰা দিচপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd