• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শৰীৰৰ প্ৰতিটো অংগ দান কৰাৰ কথা ঘোষণা ১৭ গৰাকী লোকৰ

NE NOW NEWS ঋতুপল্লব শইকীয়া
গোলাঘাট , January 6, 2020 10:02 pm

1 min read

donate their bodies

ফটো : নৰ্থ-ইষ্ট নাও

847
VIEWS
Share on FacebookShare on Twitter

অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী গোলাঘাট জিলাৰ মেৰাপানীৰ ১৭ গৰাকী লোকে মৃত্যুৰ পিছত নিজৰ দেহ দান কৰিব বুলি আজি জানিবলৈ দিয়ে।

সামাজিক-সাংস্কৃতিক সংগঠন নতুন সমাজে ইলোৰা বিজ্ঞান মঞ্চ নামৰ এন জি অ’ এটাৰ সহযোগত আয়োজিত এক অনুষ্ঠানত লোক কেইজনে দেহ দান কৰাৰ কথা ঘোষণা কৰে।

চিকিৎসা বিজ্ঞানৰ উন্নয়ন আৰু বিভিন্ন গৱেষণাৰ কামত যাতে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হয় তাৰ বাবে লোকসকলে দেহ দানৰ সিদ্ধান্ত লোৱা বুলি জনায়।

দেহ দান কৰা লোকসকলৰ বয়স ১৯ৰ পৰা ৬২ বছৰ হ’ব বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত নতুন সমাজৰ সভাপতি দিগন্ত দত্তই কয় ‘প্ৰথমে আমি এই লোকসকলক দেহ দান কৰাৰ বাবে অনুপ্ৰাণিত কৰিব পৰা নাছিলো। কিন্তু দেহ দানে সমাজত কেনে প্ৰভাৱ পেলাব পাৰে সেয়া বুজোৱাত তেওঁলোক ইয়াৰ বাবে মান্তি হয়’।

আনহাতে ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰণৱ জ্যোতি চেতিয়াই লোক কেইজনৰ এই প্ৰয়াসে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক প্ৰভাৱিত কৰিব আৰু ভৱিষ্যতত বহুতেই দেহ দানৰ বাবে আগবাঢ়ি আহিব বুলি মন্তব্য কৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd