• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৪ দিনত ভৰি দিলে নাৰ্ছৰ অনশনে; বৰপেটাত নাৰ্ছ সন্থাৰ কেইবাগৰাকী নেত্ৰীক আটক

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , November 29, 2018 1:35 pm

1 min read

Nurse Barpeta
421
VIEWS
Share on FacebookShare on Twitter

ন্যায্য অধিকাৰৰ দাবীত অনশনত বহা সদৌ অসম নাৰ্ছ সন্থাৰ প্ৰতিবাদ অন্যান্য ঠাইৰ লগতে বৰপেটাত আজিও অব্যাহত আছে।

উল্লেখযোগ্য যে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত যোৱা ২৬ নৱেম্বৰৰ পৰা কৰ্মবিৰতি পালনেৰে প্ৰতিবাদ সাব্যস্ত কৰি অহা নাৰ্ছসকলক আজি পুৱাৰ ভাগত আৰক্ষীয়ে আটক কৰে।

প্ৰাপ্ত তথ্য মতে অসম নাৰ্ছ সন্থাৰ বৰপেটা জিলা সমিতিৰ উপ সভানেত্ৰী ক্ৰমে ইন্দিৰা দাস, সম্পাদিকা আমিৰুণ নেছা তথা কেইবাগৰাকী নেত্ৰীৰ লগতে শতাধিক নাৰ্ছক আৰক্ষীয়ে আটক কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ মিলেনিয়াম পাৰ্কত আৱদ্ধ কৰি ৰাখে।

কিন্তু উক্ত স্থানতো নিজৰ ন্যায্য প্ৰাপ্যৰ সমৰ্থনত নাৰ্ছসকলে বিভিন্ন শ্লোগান দিয়াৰ লগতে চৰকাৰৰ ভূমিকাক ধিক্কাৰ দিয়ে। প্ৰতিবাদকাৰী নাৰ্ছসকলে ৰাজ্য চৰকাৰে তেওঁলোকৰ দাবী সমূহৰ প্ৰতি গুৰুত্ব নিদিয়া পৰ্যন্ত কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰি যাব বুলি চৰকাৰক সকীয়াই দিয়ে ৷

উল্লেখযোগ্য যে নাৰ্ছসকলৰ কৰ্মবিৰতিয়ে আজি ৪ দিনত ভৰি দিয়াত ৰাজ্যৰ স্বাস্থ্য বিভাগত এক অচলাৱস্থাৰ সৃষ্টি হৈছে।

আনহাতে কালি অৰ্থাৎ বুধবাৰে উক্ত কৰ্মবিৰতি কাৰ্যসূচীৰ মাজতে প্ৰতিবাদকাৰী নাৰ্ছসকলক আৰক্ষীয়ে গাড়ীত উঠাই নিয়াৰ চেষ্টা চলাওঁতেই প্ৰতিবাদকাৰী নাৰ্ছ আৰু আৰক্ষীৰ মাজত হতাহতি লগাত চিকিৎসা মহাবিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।

Recent News

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd