• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

NEDAৰ পৰা আঁতৰিল উত্তৰ-পূবৰ কেইবাটাও ৰাজনৈতিক দল! গঠন কৰিলে সুকীয়া আঞ্চলিক মঞ্চ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2025 6:44 pm
76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী তথা NEDA (North-East Democratic Alliance)ৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ বাবে এইবাৰ এক মোক্ষম আঘাত। জ্বৰে এৰিলেও যেন কপটীয়েনো নেৰিছে মুখ্যমন্ত্ৰী শৰ্মাক। NEDAৰ অন্যতম সহযোগী, এন পি পি (NPP)ৰ মুৰব্বী তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই NEDAৰ পৰা আঁতৰি মিত্ৰজোঁটটোক প্ৰত্যাহ্বান জনাইছে।

মঙলবাৰে দিল্লীত কনৰাড চাংমাই আন সহযোগী দলসমূহৰ সৈতে উত্তৰ-পূবৰ বাবে এক নতুন আঞ্চলিক ৰাজনৈতিক মঞ্চ ঘোষণা কৰে। এন পি পিৰ মুৰব্বী কনৰাড চাংমা, টিপ্ৰা মোথাৰ প্ৰদ্যুৎ মাণিক্য, আৰু বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ এম. কিকনে মঙলবাৰে এই নতুন ৰাজনৈতিক সত্তাৰ কথা ঘোষণা কৰে।

Apply Now

সংবাদ মাধ্যমক সম্বোধন কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আমি উত্তৰ-পূবৰ বাবে এটা সুকীয়া ৰাজনৈতিক সত্তাৰ অধীনত একেলগে কাম কৰাৰ সিদ্ধান্ত লৈছো। আমি এটা কমিটী গঠন কৰিছো, যিয়ে অহা ৪৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। অন্য ৰাজনৈতিক দলৰ সৈতে যোগাযোগ কৰিবলৈ কমিটীখনক দায়িত্ব দিয়া হৈছে।”

তেওঁ লগতে কয় যে খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাটো এই মঞ্চৰ এক প্ৰাথমিক চিন্তা। এই চিন্তাকে সাৰোগত কৰি উত্তৰ-পূবৰ আঞ্চলিক দলসমূহ একত্ৰিত হৈ সঠিক সময়ত এক শক্তিশালী ৰাজনৈতিক সত্তা হিচাপে আত্মপ্ৰকাশ কৰিবলৈ আগবাঢ়িছে।

ইপিনে, টিপ্ৰা মোথাৰ প্ৰধান প্ৰদ্যুৎ মাণিক্যই কয়, “আমি আমাৰ জনসাধাৰণৰ হৈ দৃঢ়তা আৰু সত্যতাৰে থিয় দিব বিচাৰো। আমাৰ দৃষ্টিভংগী বেলেগ হ‘ব পাৰে, কিন্তু আমাৰ মাজত কোনো বিভেদ আৰু দ্বন্দ্ব নাই। ইয়াৰ পূৰ্বেও এটা মঞ্চ সৃষ্টিৰ প্ৰচেষ্টা কৰা হৈছিল। আমি ইয়াত কাৰো সৈতে যুঁজ দিবলৈ নহয়, আমাৰ জনসাধাৰণৰ অধিকাৰৰ বাবে যুঁজিবলৈহে আত্মপ্ৰকাশ কৰিছো।”

সংবাদমেল সম্বোধন কৰাৰ লগতে নতুন ৰাজনৈতিক মঞ্চৰ আহ্বায়কসকলে এই সন্দৰ্ভত এক বিবৃতিও প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এন পি পি আৰু টিপ্ৰা মোথা দুয়োটা ৰাজনৈতিক দলেই বিজেপি নেতৃত্বাধীন এন ডি এ (NDA) ৰ সহযোগী দল। উত্তৰ-পূবৰ এই দুই নেতাই দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব দিয়া NEDAৰ বিপৰীতে নতুন ৰাজনৈতিক শক্তি ঘোষণা কৰাটোৱে অঞ্চলটোৰ ৰাজনীতিত এক বিশেষ তাৎপৰ্য বহন কৰিছে। এই নতুন মঞ্চৰ সৈতে অসমৰ ডিমাসা নেতা ডিনিয়েল লাংথাছাৰ দল পিপলছ পাৰ্টি ডিমা হাছাওও চামিল হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd