• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাফলঙত বিধ্বংসী অগ্নিকাণ্ড; ৮খন দোকান ভস্মীভূত

NE NOW NEWS পংকজ কুমাৰ দেব
হাফলং , October 19, 2019 5:18 pm

1 min read

বাংলাদেশৰ ৰাজধানী ঢাকাত ভয়ংকৰ অগ্নিকাণ্ড : মৃতকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি

প্ৰতিনিধিত্বমূলক ফটো

8.4k
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে পুৱতি নিশা ডিমা হাচাওৰ সদৰ চহৰ হাফলঙত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ৮খন দোকান জ্বলি ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ ঘটনাটো হাফলং নগৰৰ পৰা প্ৰায় ৪ কিলোমিটাৰ নিলগৰ নামনি হাফলঙৰ এখন বজাৰত নিশা প্ৰায় ১ বজাত সংঘটিত হৈছিল।

উক্ত অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন হয় বুলি স্থানীয় লোকে জানিবলৈ দিছে।

জুইত জাহ যোৱা ৮খন দোকানৰ ভিতৰত আছে অশোক ঘোষ নাম এজন লোকৰ গুদামসহ এখন দোকান আৰু, সন্তোষ শাহ নামৰ লোকজনৰ এখন চৰকাৰী সুলভ মূল্যৰ দোকান।

ইয়াৰ উপৰি সম্ভু সেন, অসীম দে, উদয় ঠাকুৰ, বাপ্পা দে, আশীষ ঘোষ, সুবল বিশ্বাস, বাসক চক্ৰবৰ্ত্তী, আশ্ৰাক আলি, বিশ্বজিত কৰ নামৰ ব্যক্তিকেইজনৰ দোকান তথা দীপক দে’ নামৰ লোকজনৰ ফাৰ্মাচি আৰু শুভাশিষ পালৰ এখন অট’ ৰিক্সাও জুইত জাহ যায়।

অগ্নিকাণ্ডৰ খবৰ পাই স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও ইয়াৰ কাৰণ নিশ্চিত কৰিব পৰা নাই। আনহাতে একাংশ দোকানীৰ মতে কোনো দুৰ্বৃত্তই এই কাণ্ড সংঘটিত কৰিছে।

Recent News

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd