• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ছিকিমত ভয়াৱহ হিমস্খলন : শ শ লোক আৱদ্ধ, ৬ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2023 4:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছিকিমৰ নাথু লা অঞ্চলত সংঘটিত হৈছে ভয়াৱহ হিমস্খলন। স্থানীয় সূত্ৰ অনুসৰি এই হিমস্খলনত ইতিমধ্যে কমেও ৬ জন লোকৰ মৃত্যু হৈছে।

জানিব পৰা মতে মঙলবাৰে পুৱা ১২:২০ বজাত সংঘটিত হৈছে এই ভয়ানক দুৰ্যোগটো।

Apply Now

হিমস্খলনত বহু পৰ্যটকো আবদ্ধ হৈ পৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় সূত্ৰই। ইতিমধ্যেই উদ্ধাৰৰ কাম আৰম্ভ কৰিছে প্ৰশাসন আৰু স্থানীয় লোকে।

মঙলবাৰে গেংটকৰ পৰা নাথু লালৈ গৈ থকাৰ অৱস্থাত পৰ্যটকৰ এখন গাড়ীত খুন্দা মাৰে হিমস্খলনৰ বৰফে। যাৰ ফলত ১৫ জন যাত্ৰী কঢ়িয়াই অনা এই গাড়ীখন পথৰ পৰা বাগৰি কেইবাফুটো দ খাৱৈত পৰি যায়।

ইতিমধ্যে গাড়ীখনৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবাজনো পৰ্যটকৰ মৃতদেহ। লগতে সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে আন কেইবাজনো পৰ্যটকক। ইতিমধ্যে আহত পৰ্যটক সকলক ভাৰতীয় সেনাৰ বেছ কেম্পলৈ লৈ যোৱা হৈছে বুলি স্থানীয় সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে।

অৱশ্যে ছিকিম চৰকাৰ আৰু সেনাই এতিয়াও জানিব পৰা নাই হিমস্খলনত আহত আৰু নিহত হোৱা মুঠ লোকৰ সংখ্যা। ইতিমধ্যে সেনাই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও হিমস্খলনৰ বাবে দুয়োফালে পথটো বন্ধ হৈ আছে। প্ৰশাসনৰ অনুমান অনুসৰি প্ৰায় ৩৫০ জন পৰ্যটক এটা মূৰত আবদ্ধ হৈ আছে আৰু ৪৫০ জন পৰ্যটক আনটো মূৰত আবদ্ধ হৈ আছে।

স্মৰ্তব্য যে, ছিকিমৰ চাংগু হ্ৰদ পৰ্যটন তথা সৌন্দৰ্যৰ বাবে অতিকৈ বিখ্যাত। এই হ্ৰ্দটোলৈ যোৱাৰ পথত বহু পৰ্যটক হিমস্খলনত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।

নাথু লাৰ আশে–পাশেও বহুতো পৰ্যটনস্থলী আছে। সেই ঠাইটো ইতিমধ্য বহু লোক আৱদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ছিকিমৰ প্ৰশাসনে।

নাথু লা পৰ্যটন কেন্দ্ৰ হোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো গুৰুত্বপূৰ্ণ। চীন আৰু ভাৰতৰ মাজত বাণিজ্য নাথু লাৰ মাজেৰে চলি থাকে। এই অঞ্চলটো প্ৰাচীন ৰেচম পথৰ অন্তৰ্গত আছিল। ২০০৬ চনৰ পৰা ভাৰত আৰু চীনৰ মাজত নাথু লাৰ জৰিয়তে বাণিজ্য চলি আহিছে।

At least six tourists are believed killed and 80 others are still buried in snow after an avalanche struck 15th Mile on Jawaharlal Nehru road connecting #Gangtok with Nathula pass at about 12: 20 pm on Tuesday. pic.twitter.com/YqHMplkwH6

— EastMojo (@EastMojo) April 4, 2023

২০১১ চনত ছিকিমত হোৱা ভূমিকম্পৰ পিছত আৰু ২০১৭ চনত ডক্লাম ষ্টেণ্ডঅফৰ সময়ত নাথু লাৰ জৰিয়তে আমদানি আৰু ৰপ্তানি বন্ধ হৈ পৰিছিল। ডোক্লাম সংঘাতৰ বাবে চীনে কৈলাস–মানস সৰোৱৰ যাত্ৰাও বন্ধ কৰি দিছিল। সীমান্তৰ পৰিস্থিতি উন্নত হোৱাৰ পাছত চীনে ভাৰতীয় তীৰ্থযাত্ৰীৰ বাবে নাথু লা মুকলি কৰাৰ সিদ্ধান্ত লয়। ১৯৬২ চনত চীন আক্ৰমণৰ সময়তো নাথু লাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd