• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অধ্যাপকৰ যৌনস্পৃহা পূৰ নকৰিলেই পৰীক্ষাত ফেইল : অসম বিশ্ববিদ্যালয়ত পুনৰ একে ঘটনা (ভিডিঅ’ আছে)

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
September 1, 2018 8:50 pm
Assam Universiry Sex

অসম বিশ্ববিদ্যালয়ৰ আৰবী বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক নজণূল ইচলাম আৰক্ষীৰ জিম্মাত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ দুমাহৰ ভিতৰতে দ্বিতীয়টো যৌন কেলেংকাৰিয়ে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ক কঁপাই গ’ল। এইবাৰ অভিযোগ উঠিল আৰবী বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক নাজমূল ইচলাম বৰভূঞাৰ বিৰুদ্ধে।

বিভাগটোৰ এগৰাকী ছাত্ৰীৰ এজাহাৰৰ ভিত্তিত ৪৬ বছৰীয়া অধ্যাপকজনক শিলচৰ আৰক্ষীয়ে আজি যোৱা নিশা ৩ বজাত তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। ছাত্ৰীগৰাকীয়ে যোৱা ৩১ আগষ্টত এই এজাহাৰখন দাখিল কৰিছিল।

Apply Now

মন কৰিব লগীয়া কথাটো হ’ল ছাত্ৰীগৰাকীয়ে এজাহাৰখনত অভিযোগ কৰামতে, যোৱা ২ মে’তে তেওঁক মুৰব্বী অধ্যাপকজনে যৌন উৎপীড়ন কৰিছিল। অৰ্থাৎ এজাহাৰখন দাখিল কৰাৰ পৰা প্ৰায় ৪ মাহৰ পূৰ্বেই এই ঘটনাটো ঘটিছিল।

ছাত্ৰীগৰাকীয়ে অভিযোগ কৰামতে, তেওঁক মুৰব্বী অধ্যাপকজনে প্ৰথম ছিমেষ্টাৰত নামভৰ্তি কৰাৰ দিনৰ পৰাই টাৰ্গেট কৰি আছিল। অভিযোগমতে, সুযোগ লোৱাৰ উদ্দেশ্যেই প্ৰথম ছিমেষ্টাৰতে তেওঁক দুখনমান কাকতত ফেইল কৰাই ৰাখিছিল মুৰব্বী অধ্যাপকজনে। তাৰ পিছতে অধ্যাপকজনে তেওঁক তেওঁৰ উদ্দেশ্যত সহযোগ কৰাৰ বাবে সৈমান কৰাব খুজিছিল। তেওঁ সেইটো অব্যাহত ৰাখিছিল যোৱা ২ মে’ পৰ্য্যন্ত, যিদিনা যৌন উৎপীড়নৰ ঘটনাটো ঘটিছিল।

আনহাতে ছাত্ৰীগৰাকীৰ এই অভিযোগৰ বিপৰীতে অধ্যাপকজনৰ অধিবক্তা এ কে আজাদ লস্কৰে কয়, “এইটো বিশ্বাস কৰিবলৈ টান। যদি ২ মে’তে এনেকুৱা ঘটনা ঘটিছিল, আৰু তাৰ বিষয়ে অভিযোগ দিবলৈ ৩১ আগষ্টলৈ ৰ’ব লগীয়া হ’ল। ইয়াতে প্ৰমাণ হয় যে ঘটনাটো মনেসজা।”

ইফালে শিলচৰ থানাৰ পৰা আদালতলৈ নিয়া অৱস্থাত অভিযুক্ত অধ্যাপক মজমূল ইচলামেও কয় যে তেওঁৰ বিৰুদ্ধে বিভাগটোৰ ভিতৰতে ষড়যন্ত্ৰ চলিছে, আৰু এই ষড়যন্ত্ৰৰ অংশস্বৰূপে ছাত্ৰীগৰাকীৰ দ্বাৰা এনেকুৱা মিছা অভিযোগ উত্থাপন কৰাইছে।

জানিব পৰামতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভালৈও ছাত্ৰীগৰাকীয়ে একেই অভিযোগেৰে পত্ৰ প্ৰেৰণ কৰিছে। ছাত্ৰ একতা সভাই তাৰ প্ৰতিলিপি দি উপাচাৰ্য্যক বিষয়টো চালি-জাৰি চাবলৈ অনুৰোধ জনাইছে।

ইফালে কাচাৰৰ আৰক্ষী অধীক্ষকে গোচৰটোৰ প্ৰাথমিক তদন্তৰ পিছত আৰক্ষীয়ে নজমূল ইচলামক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দি অধিক তদন্ত চলি আছে বুলি কয়।

উল্লেখযোগ্য যে ডেৰমাহৰ পূৰ্বে বিশ্ববিদ্যালয়খনৰ কৃষি ইঞ্জিনীয়াৰিঙৰ মুৰব্বী অধ্যাপক সুদীপ্ত সৰকাৰৰ বিৰুদ্ধেও বিভাগটোৰ চূড়ান্ত বৰ্ষৰ এগৰাকী ছাত্ৰীয়ে পৰীক্ষাত ভাল ফলৰ বিনিময়ত অধ্যাপকজনে তেওঁৰ যৌন স্পৃহাৰ প্ৰতি সঁহাৰি জনাবলৈ ছাত্ৰীগৰাকীক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছিল। পিছত সুদীপ্ত সৰকাৰক নিলম্বন কৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

মন কৰিব লগীয়া কথাটো হ’ল বিশ্ববিদ্যালয়খনত সঘনে যৌন কেলেংকাৰি সংঘটিত হৈ অহা কথাটোত ছাত্ৰ-ছাত্ৰীসমাজ বেচ উদ্বিগ্ন হৈ পৰাটোত।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd