• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাবালিকাক যৌন উৎপীড়ন, অপৰাধীক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড৷

২০১৯ চনৰ ১৭ ছেপ্টেম্বৰৰ সন্ধিয়াতে বাৰীপুখুৰীত এই জঘন্য কাণ্ড সংঘটিত কৰিছিল দিলিপে৷ মাথোঁ ৫ বছৰীয়া কণমানি ছোৱালীজনীক বলপূৰ্বক আঠু কঢ়াই দুষ্কাৰ্য কৰিছিল পাষণ্ড দিলিপে৷ টিলাপাৰাৰ আলহীৰ ঘৰৰ পৰা আহি থাকোতে দিলিপৰ যৌনলালসাৰ বলি হোৱাৰ দৃশ্য দেখিছিল কণমানিৰ পিতৃয়ে৷

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2022 7:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভয়াপুৰী থানাৰ অন্তৰ্গত বাৰীপুখুৰী শালবাগানত কণমানি ছোৱালী এজনীক ধৰ্ষণ কৰাৰ অপৰাধত পাষণ্ড দিলীপ মণ্ডল ওৰফে দাসক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড বিহিলে অভয়াপুৰীৰ বিশেষ আদালতে৷ ৫০হেজাৰ টকাৰ জৰিমনা অনাদায়ে তিনি বছৰৰ অতিৰিক্ত কাৰাদণ্ডৰ ৰায়দান কৰে বিশেষ ন্যায়াধীশ উপেন কুমাৰ নাথে৷

২০১৯ চনৰ ১৭ ছেপ্টেম্বৰৰ সন্ধিয়াতে বাৰীপুখুৰীত এই জঘন্য কাণ্ড সংঘটিত কৰিছিল দিলিপে৷ মাথোঁ ৫ বছৰীয়া কণমানি ছোৱালীজনীক বলপূৰ্বক আঠু কঢ়াই দুষ্কাৰ্য কৰিছিল পাষণ্ড দিলিপে৷ টিলাপাৰাৰ আলহীৰ ঘৰৰ পৰা আহি থাকোতে দিলিপৰ যৌনলালসাৰ বলি হোৱাৰ দৃশ্য দেখিছিল কণমানিৰ পিতৃয়ে৷

Apply Now

যৌনাংগৰ উৎকট বিষত তিনিদিনলৈ খোজ কাঢ়িব পৰা নাছিল তাই৷ ২০১৯ চনৰ ১৯ ছেপ্টেম্বৰত অভয়াপুৰী থানাত ৩৭৬ নং ধাৰাৰ অধীনত ৰুজু হয় ৬২৬ নম্বৰ গোচৰ৷ সংযোজন হয় শিশু নিৰ্যাতনৰ POCSO আইনৰ ৪নং ধাৰা৷ তদানীন্তন অ’চি দীপক বৈশ্যই জোৰদাৰ তদন্তৰ পাছত ২০২০ চনৰ ৩১ ডিচেম্বৰত চাৰ্জছীট দাখিল কৰে৷

উত্তৰ শালমাৰাৰ অভয়াপুৰীৰ বিশেষ আদালতে P22(A)/2021 নম্বৰত এই গোচৰ পঞ্জীভুক্ত কৰি POCSOৰ ৪ নম্বৰ ধাৰা সলনি কৰি ৬নম্বৰ ধাৰাৰ অধীনত বিচাৰ চলায়৷

বিচাৰ প্ৰক্ৰিয়াৰ অন্তত বুধবাৰে মহামান্য আদালতে দিলীপ মণ্ডল ওৰফে দাসক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ উপৰিও ৫০ হেজাৰ টকাৰ জৰিমনা অনাদায়ে অতিৰিক্ত তিনি বছৰৰ কাৰাবাসৰ ৰায়দান কৰে৷

গোচৰীয়া পক্ষৰ হৈ ওকালতি কৰে চৰকাৰী বিশেষ অধিবক্তা গৌতম চৌধুৰীয়ে৷ পাষণ্ড দিলীপৰ বিৰুদ্ধে আদালতৰ এই ৰায়ৰ শলাগ লৈছে স্থানীয় ৰাইজ তথা দল সংগঠনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd