• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মহিলাৰ যৌন সমস্যা : কাৰণ, লক্ষণ, আৰু সমাধান

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 2, 2024 5:20 pm
198
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো প্ৰাণীৰে এক গুৰুত্বপূৰ্ণ জৈৱিক প্ৰয়োজন হৈছে যৌনতা। স্বাভাৱিক যৌন কাৰ্যকলাপে প্ৰেম তথা সম্পৰ্কলৈ ঘনিষ্ঠতা অনাৰ লগতে শাৰীৰিক আৰু মানসিক স্বাস্থ্যও ভালে ৰাখে। সেয়ে প্ৰাপ্তবয়স্ক লোকৰ বাবে নিয়মীয়া যৌন সম্পৰ্ক অতি দৰকাৰী। কিন্তু যৌন সম্পৰ্কীয় সমস্যাই দেখা দিলে জীৱোটো দুৰ্বিষহ হৈ পৰে। আজি আালোচনা কৰিবলৈ ওলাইছোঁ মহিলাসকলৰ কিছুমান যৌন সম্পৰ্কীয় সমস্যা সম্পৰ্কে।

১. যৌন ইচ্ছা হ্ৰাস পোৱা

Apply Now

 যৌন আগ্ৰহৰ ধাৰাবাহিক অভাৱে সম্পৰ্কলৈ জটিলতা আনে। মহিলাৰ মাজত আটাইতকৈ বেছিকৈ দেখা পোৱা যৌন সমস্যা হৈছে এইচ এছ ডি ডি। অৰ্থাৎ যৌন ইচ্ছা হ্ৰাস পোৱা।

২. উত্তেজনাৰ বিকাৰ

 যৌন কাৰ্য্যৰ সময়ত শাৰীৰিক বা মানসিকভাৱে উত্তেজিত হোৱাত নোহোৱাটো মহিলাসকলৰ এটা ডাঙৰ যৌন সমস্যা।

৩. অৰ্গাজমৰ সমস্যা

যিমান সংগম কৰিলেও কিছুমান মহিলাই  অৰ্গাজমত উপনীত নহয়। এনে হ’লে যৌন সম্ভোগ আধৰুৱা হয় আৰু পৰম সন্তুষ্টি লাভ কৰিব নোৱাৰি।

৪/ যোনী শুকাই থকা

যৌন সম্পৰ্কৰ সময়ত বহুতো মহিলাৰ যোনীৰ পৰা স্বাভাৱিক তৰল পদাৰ্থ নিৰ্গত নহয়। মহিলাৰ যোনীৰ পৰা তৰল কামৰস নিৰ্গত হ’লে যৌন সম্ভোগ আমনিদায়ক হয়। লগতে যথেষ্ট বিষ হয়।

মহিলাৰ যৌন সমস্যাৰ কাৰণ

মহিলাৰ যৌন অক্ষমতা শাৰীৰিক, মানসিক আৰু ব্যক্তিগত কাৰকৰ সংমিশ্ৰণৰ ফলত হ’ব পাৰে

১. শাৰীৰিক কাৰণ

ক) ডায়েবেটিছ, হৃদৰোগ, হৰম’নৰ ভাৰসাম্যহীনতা, আৰু স্নায়ুজনিত বিকাৰে যৌন কাৰ্য্যত প্ৰভাৱ পেলাব পাৰে।

খ) এন্টিডিপ্ৰেছন আৰু ৰক্তচাপৰ ঔষধকে ধৰি কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলতো উত্তেজনা হ্ৰাস পাব পাৰে।

গ) ৰজোনিবৃত্তিৰ সময়ত হৰম’নৰ পৰিৱৰ্তনৰ ফলত প্ৰায়ে যোনি শুকান হোৱাৰ লগতে যৌন ইচ্ছা কমি যায়।

২/ মনোবৈজ্ঞানিক কাৰণ

ক) দৈনন্দিন জীৱনৰ মানসিক চাপে যৌন আনন্দত বাধাৰ সৃষ্টি কৰিব পাৰে।

খ) অতীতৰ যৌন নিৰ্যাতনৰ অভিজ্ঞতাৰ বাবেও যৌন ইচ্ছা নোহোৱা হৈ যাব পাৰে বা যৌন সম্পৰ্ক আমনিদায়ক হৈ পৰিব পাৰে।

গ) পাৰ্টনাৰৰ লগত আৱেগিক ঘনিষ্ঠতা নাথাকিলেও যৌন সম্ভোগ বিৰক্তিকৰ হ’ব পাৰে।

সমাধান আৰু চিকিৎসাৰ বিকল্প

ক) ৰজোনিবৃত্তিৰ পিছত মহিলাৰ বাবে ইষ্ট্ৰজেন বা টেষ্টষ্টেৰন থেৰাপীয়ে যৌন ইচ্ছা পুনৰুদ্ধাৰ কৰাত সহায় কৰিব পাৰে আৰু অস্বস্তি হ্ৰাস কৰিব পাৰে।

খ) ফ্লিবানচেৰিন আৰু যোনিৰ লুব্ৰিকেন্ট বা মইশ্ব’ৰাইজাৰৰ দৰে ঔষধে যোনী শুকাই যোৱা লক্ষণসমূহ উপশম কৰিব পাৰে।

গ) এজন পেছাদাৰীয চিকিৎসকে মানসিক আৰু শাৰীৰিক সমস্যা সমূহ দূৰ কৰাৰ বাবে চিকিৎসা আগবঢ়াব পাৰে।

ঘ) সুস্থ জীৱনশৈলী বজাই ৰাখিলে ৰক্ত সঞ্চালন, শক্তিৰ মাত্ৰা, আৰু মেজাজ উন্নত হয়। এই সকলোবোৰে সুস্থ যৌন জীৱনত অৰিহণা যোগায়।

ঙ) যোগাসন, ধ্যান, বা মাইণ্ডফুলনেছৰ দৰে অভ্যাসে মানসিক চাপ উপশম আৰু যৌন স্বাস্থ্য উন্নত কৰিব পাৰে।

মহিলাৰ যৌন সমস্যা বহুমুখী যদিও চিকিৎসা নথকা নহয়। সম্ভাৱ্য কাৰণসমূহ বুজি উপযুক্ত চিকিৎসা বা বিকল্প গ্ৰহণ কৰিলে মহিলাসকলে নিজৰ যৌন স্বাস্থ্যৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ লাভ কৰিব পাৰে আৰু তেওঁলোকৰ জীৱনৰ মানদণ্ড বৃদ্ধি কৰিব পাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd