• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিক্ষকক পাঠ্যক্ৰম বহিৰ্ভূত কামৰ পৰা ৰেহাই দি নিয়মীয়া পাঠদানৰ দাবী এছ এফ আইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2026 8:55 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI), অসম ৰাজ্যিক কমিটিয়ে। এক বিবৃতিত সংগঠনটোৱে অভিযোগ কৰিছে যে বিজেপি নেতৃত্বাধীন চৰকাৰে শিক্ষকসকলক বিভিন্ন পাঠ্যক্ৰম বহিৰ্ভূত কামত নিয়োজিত কৰি জনসাধাৰণৰ শিক্ষাৰ অধিকাৰ খৰ্ব কৰাৰ এক ষড়যন্ত্ৰ চলাইছে। এছ এফ আইৰ মতে, এই নীতিয়ে ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংসৰ দিশলৈ ঠেলি দিছে।

সংগঠনটোৱে লক্ষ্য কৰিছে যে প্ৰশিক্ষণৰ নামত শিক্ষকসকলক দীৰ্ঘদিন ধৰি শ্ৰেণীকক্ষৰ পৰা আঁতৰাই ৰখা হৈছে। ইয়াৰ উপৰি ভোটাৰ তালিকা সংশোধন, খেল-মহাৰণ, চৰকাৰী উৎসৱ, বীমা আদি কাৰ্যসূচীত শিক্ষকসকলক ব্যস্ত কৰি ৰখাৰ ফলত হাজাৰ হাজাৰ বিদ্যালয়ত পাঠদান সম্পূৰ্ণৰূপে ব্যাহত হৈছে। এছ এফ আইৰ মতে, ইতিমধ্যে ৰাজ্যত ১০ হাজাৰৰো অধিক চৰকাৰী বিদ্যালয় বন্ধ হৈছে আৰু বহু বিদ্যালয় বৰ্তমান শিক্ষক-শূন্য অৱস্থাত চলি আছে।

Apply Now

এছ এফ আইৰ অভিযোগ অনুসৰি, চৰকাৰে ইচ্ছাকৃতভাৱে চৰকাৰী বিদ্যালয়সমূহ দুৰ্বল কৰি শিক্ষাৰ বাণিজ্যিকীকৰণ আৰু বেচৰকাৰীকৰণৰ পথ প্ৰশস্ত কৰিছে। দুখীয়া আৰু শ্ৰমজীৱী পৰিয়ালৰ সন্তানসকলক শিক্ষাৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে এনে দায়িত্বহীন নীতি গ্ৰহণ কৰিছে বুলি সংগঠনটোৱে দাবী কৰে।

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সুৰক্ষাৰ স্বাৰ্থত সংগঠনটোৱে চৰকাৰৰ ওচৰত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে:

  • অবিলম্বে শিক্ষকসকলক সকলো ধৰণৰ পাঠ্যক্ৰম বহিৰ্ভূত কামৰ পৰা মুক্ত কৰিব লাগে।
  • প্ৰতিখন বিদ্যালয়ত পৰ্যাপ্ত শিক্ষকৰ নিযুক্তি নিশ্চিত কৰিব লাগে।
  • শিক্ষাৰ নামত চলি থকা বাণিজ্যিকীকৰণ আৰু বেচৰকাৰীকৰণৰ প্ৰক্ৰিয়া বন্ধ কৰিব লাগে।

ভাৰতৰ ছাত্ৰ ফেডাৰেচন, অসম ৰাজ্যিক কমিটিয়ে চৰকাৰক সকীয়াই দিছে যে যদিহে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ এই যুক্তিসংগত দাবীসমূহ মানি লোৱা নহয়, তেন্তে সমগ্ৰ ৰাজ্যজুৰি এক তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হ’ব। সংগঠনটোৱে দৃঢ়তাৰে মত পোষণ কৰিছে যে ভৱিষ্যৎ প্ৰজন্মৰ শিক্ষাৰ অধিকাৰ সুৰক্ষিত কৰাটো বৰ্তমানৰ সময়ত এক অপৰিহাৰ্য আৰু জৰুৰী বিষয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

August 12, 2026 7:43 pm
নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

August 12, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd