• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ চৰ্চাত শ্বাহৰুখ খান, ইণ্টাৰনেটত খলকনি শ্বাহৰুখ অভিনীত ভিডিওৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2021 5:46 pm
Shah Rukh Khan in Cadbury's viral Diwali ad
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুত্ৰ আৰিয়ান খান ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাছৰ পৰাই দেশত চৰ্চিত হৈ আছে শ্বাহৰুখ খান। বলিউদৰ বাদশ্বাহ গৰাকীয়ে পুনৰ দখল কৰিছে চৰ্চাৰ শিৰোনাম। পিছে এইবাৰ পুত্ৰ আৰিয়ান খানৰ বাবে নহয়, ইণ্টাৰনেটত ভাইৰেল হোৱা এটা ভিডিওৰ বাবেহে।

উৎসৱৰ বতৰত শীৰ্ষস্থানীয় ব্ৰেণ্ডবোৰে তেওঁলোকৰ উৎসৱ-নিৰ্দিষ্ট সামগ্ৰীবোৰ সম্পূৰ্ণ উৎসাহেৰে প্ৰচাৰ কৰাৰ সময় আহি পৰে। জনগণক আকৃষ্ট কৰিবলৈ বিভিন্ন মনোৰঞ্জনদায়ক বিজ্ঞাপনেৰে চমক সৃষ্টি কৰে ব্ৰেণ্ডসমূহে।

কেডবেৰী হৈছে এক ব্ৰেণ্ড যি প্ৰায়ে বিশেষ অনুষ্ঠান আৰু উৎসৱৰ সময়ত চিন্তা-উদ্দীপক আৰু মননশীল বিজ্ঞাপনেৰে মানুহক আকৃষ্ট কৰে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়।

এইবাৰৰ দেৱালীত কোম্পানীটোৱে শ্বাহৰুখ খানক কৰ’ণা মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ক্ষুদ্ৰ আৰু স্থানীয় ব্যৱসায়ৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে দেখুওৱা এটা বিজ্ঞাপন প্ৰচাৰ কৰিছে। ইণ্টাৰনেটত এই পদক্ষেপক বহুলোকে প্ৰশংসা কৰিছে।

‘কেৱল কেডবেৰী বিজ্ঞাপন নহয়’ শীৰ্ষক বিজ্ঞাপনটো স্থানীয় ব্যৱসায়ীসকলৰ এটা ভাষ্যৰে আৰম্ভ হৈছে আৰু দৰ্শকসকলক মহামাৰীৰ ফলত তেওঁলোক কিমান বেয়াকৈ প্ৰভাৱিত হৈছিল সেই বিষয়ে জনায়।

Apply Now

ভিডিওটোত কোৱা হৈছে, “এই দেৱালীত, আমি ভাৰতৰ আটাইতকৈ ডাঙৰ ব্ৰেণ্ড এম্বেচেডৰক তেওঁলোকৰ ব্ৰেণ্ড এম্বেচেডৰ কৰি শ শ ক্ষুদ্ৰ ব্যৱসায়ক সহায় কৰিব বিচাৰিছো।”

 

বিজ্ঞাপনটোত অভিনয় কৰা শ্বাহৰুখ খানে বিভিন্ন দোকানৰ নাম লৈ দৰ্শকসকলক তেওঁলোকৰ পৰা কাপোৰ, জোতা, মিঠাই তথা বিভিন্ন সামগ্ৰী কিনিবলৈ আহ্বান জনায়।

ব্ৰেণ্ডটোৱে বিজ্ঞাপনটোৰ জৰিয়তে জনাইছিল যে তেওঁলোকে বিজ্ঞাপনটোত স্থানীয় দোকানৰ নাম ল’বলৈ শ্বাহৰুখ খানৰ মুখ আৰু কণ্ঠস্বৰ পুনৰ সৃষ্টি কৰিবলৈ মেচিন লাৰ্ণিং ব্যৱহাৰ কৰিছিল।

“সকলো দোকানৰ নাম প্ৰকাশ কৰাটো অসম্ভৱ, সেয়েহে আমি স্থানীয় ব্যৱসায়ী সকলক তেওঁলোকৰ ‘নট জাষ্ট এ কেডবেৰী এড’ৰ নিজা সংস্কৰণ সৃষ্টি কৰাৰ ক্ষমতা দিছো।”- ভিডিওটোত এইদৰে কোৱা হৈছে।

ভিডিঅ’টোৰ শেষৰ ফালে শ্বাহৰুখ খানে কয়, “আমাৰ চাৰিওফালে থকা সৰু সৰু দোকানবোৰৰো এই দেৱালীত সুখী হোৱাৰ থল আছে।”

ইউটিউবত আপলোড কৰাৰ পিছত বিজ্ঞাপনটো ভাইৰেল হৈ পৰে। ব্ৰেণ্ডটোৰ চিন্তাশীল পদক্ষেপে দৰ্শকক মোহিত কৰে আৰু তেওঁলোকে ক্ষুদ্ৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে কোম্পানীটোৰ প্ৰচেষ্টাক প্ৰশংসাৰে উপচাই পেলাইছে।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd