• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বাহৰুখ নে চলমান? গাড়ীৰ কালেকশ্যন কাৰ বেছি? কোনে ব্যৱহাৰ কৰে কি কি গাড়ী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2023 2:00 pm
259
VIEWS
Share on FacebookShare on Twitter

যদিও একেটা পৰিয়ালৰ নহয়, তথাপি শ্বাহৰুখ, ছলমান আৰু আমিৰ – এই তিনি খানক বলীউডত খান ট্ৰাইঅ’ বুলি জনা যায়। কিন্তু এই তিনিজনৰ ভিতৰত বলীউডৰ আটাইতকৈ শক্তিশালী অভিনেতা দুজন হ’ল ছলমান খান আৰু শ্বাহৰুখ খান। এই অভিনেতা দুজনৰ বিষয়ে যিমান ক’লেও কৈ শেষ নহব। 

আজি আমি আপোনালোকক জনাব খুজিছোঁ শ্বাহৰুখ আৰু ছলমানৰ গাড়ীৰ সংগ্ৰহৰ বিষয়ে কিছু সবিশেষ।

কোৱা বাহুল্য যে শ্বাহৰুখ আৰু ছলমান দুয়োজনেই কোটি কোটি সা-সম্পত্তিৰ গৰাকী। দুইজন অভিনেতাই একাধিক অট্টালিকাৰ মালিক হোৱাৰ উপৰিও এই দুগৰাকী তাৰকাই একাধিক বিলাসী গাড়ীৰ মালিক। 

প্ৰথমেই জানোঁ আহক শ্বাহৰুখ খানৰ কথা। শ্বাহৰুখ খানৰ কেইবাখনো বিলাসী গাড়ী আছে, ইয়াৰে আটাইতকৈ দামী গাড়ীখন হৈছে বুগাটি ভেয়ৰন। ১২ কোটি টকাৰ এই গাড়ীখন ষ্টাইলিছ আৰু ইয়াত কেইবাটাও উন্নত প্ৰযুক্তি আছে। লগতে শ্বাহৰুখ খানৰ আছে দুখন ৰ’লছ ৰয়েচ। ইয়াৰ এখনৰ দাম ১০ কোটি টকাৰ আৰু আনখন হৈছে ৭.৬০ কোটি টকাৰ।

ইয়াৰ উপৰিও শ্বাহৰুখৰ হাতত আছে ৪ কোটি টকাৰ ভেনিটি ভ্যান, ৩.৮৫ কোটি টকাৰ বেণ্টলি কন্টিনেণ্টেল জিটি, ২.৮২ কোটি টকাৰ বিএমডব্লিউ ৭ ছিৰিজ, ১.১৯ কোটি টকাৰ বিএমডব্লিউ ৬ ছিৰিজ, ২.১৯ কোটি টকাৰ লেণ্ড ৰভাৰ ৰেঞ্জ ৰভাৰ স্প’ৰ্ট গাড়ী। শ্বাহৰুখৰ হাতত থকা একেবাৰে সস্তীয়া গাড়ী দুখন হৈছে মিটছুবিচি পাজেৰো আৰু হুণ্ডাই ক্ৰেটা, যাৰ মূল্য ক্ৰমে ২৫ লাখ আৰু ১৭.৮৭ লাখ টকা।

এতিয়া জানো আহক ছলমান খানৰ গাড়ীৰ কালেকশ্যনৰ বিষয়ে। ভাইজানৰ আটাইতকৈ দামী গাড়ীখন হৈছে অ’ডি আৰ এছ ৭, যাৰ বজাৰ মূল্য ২.২০ কোটি টকা। ইয়াৰ উপৰিও ছলমানৰ সংগ্ৰহত ১.৬০ কোটি টকাৰ মাৰ্চিডিজ এছ ক্লাছ, ১.২০ কোটি টকাৰ মাৰ্চিডিজ বেঞ্জ এএমজি, ৭৯.৭৮ লাখ টকাৰ মাৰ্চিডিজ বেঞ্জ জিএল আছে।

ছলমানৰ আছে ১.৫০ কোটি টকাৰ পৰ্ছে কেয়েন টাৰ্বো, ১.১৮ কোটি টকাৰ ৰেঞ্জ ৰভাৰ ভোগ আৰু ৮৮ লাখ টকাৰ নিছান পেট্ৰ’ল। ভাইজানৰ সংগ্ৰহৰ আটাইতকৈ সস্তা গাড়ীখন হৈছে ৩৫ লাখ টকাৰ লেক্সাছ এল এক্স।

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd