• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শ্বাহৰুখ নে চলমান? গাড়ীৰ কালেকশ্যন কাৰ বেছি? কোনে ব্যৱহাৰ কৰে কি কি গাড়ী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2023 2:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যদিও একেটা পৰিয়ালৰ নহয়, তথাপি শ্বাহৰুখ, ছলমান আৰু আমিৰ – এই তিনি খানক বলীউডত খান ট্ৰাইঅ’ বুলি জনা যায়। কিন্তু এই তিনিজনৰ ভিতৰত বলীউডৰ আটাইতকৈ শক্তিশালী অভিনেতা দুজন হ’ল ছলমান খান আৰু শ্বাহৰুখ খান। এই অভিনেতা দুজনৰ বিষয়ে যিমান ক’লেও কৈ শেষ নহব। 

আজি আমি আপোনালোকক জনাব খুজিছোঁ শ্বাহৰুখ আৰু ছলমানৰ গাড়ীৰ সংগ্ৰহৰ বিষয়ে কিছু সবিশেষ।

Apply Now

কোৱা বাহুল্য যে শ্বাহৰুখ আৰু ছলমান দুয়োজনেই কোটি কোটি সা-সম্পত্তিৰ গৰাকী। দুইজন অভিনেতাই একাধিক অট্টালিকাৰ মালিক হোৱাৰ উপৰিও এই দুগৰাকী তাৰকাই একাধিক বিলাসী গাড়ীৰ মালিক। 

প্ৰথমেই জানোঁ আহক শ্বাহৰুখ খানৰ কথা। শ্বাহৰুখ খানৰ কেইবাখনো বিলাসী গাড়ী আছে, ইয়াৰে আটাইতকৈ দামী গাড়ীখন হৈছে বুগাটি ভেয়ৰন। ১২ কোটি টকাৰ এই গাড়ীখন ষ্টাইলিছ আৰু ইয়াত কেইবাটাও উন্নত প্ৰযুক্তি আছে। লগতে শ্বাহৰুখ খানৰ আছে দুখন ৰ’লছ ৰয়েচ। ইয়াৰ এখনৰ দাম ১০ কোটি টকাৰ আৰু আনখন হৈছে ৭.৬০ কোটি টকাৰ।

ইয়াৰ উপৰিও শ্বাহৰুখৰ হাতত আছে ৪ কোটি টকাৰ ভেনিটি ভ্যান, ৩.৮৫ কোটি টকাৰ বেণ্টলি কন্টিনেণ্টেল জিটি, ২.৮২ কোটি টকাৰ বিএমডব্লিউ ৭ ছিৰিজ, ১.১৯ কোটি টকাৰ বিএমডব্লিউ ৬ ছিৰিজ, ২.১৯ কোটি টকাৰ লেণ্ড ৰভাৰ ৰেঞ্জ ৰভাৰ স্প’ৰ্ট গাড়ী। শ্বাহৰুখৰ হাতত থকা একেবাৰে সস্তীয়া গাড়ী দুখন হৈছে মিটছুবিচি পাজেৰো আৰু হুণ্ডাই ক্ৰেটা, যাৰ মূল্য ক্ৰমে ২৫ লাখ আৰু ১৭.৮৭ লাখ টকা।

এতিয়া জানো আহক ছলমান খানৰ গাড়ীৰ কালেকশ্যনৰ বিষয়ে। ভাইজানৰ আটাইতকৈ দামী গাড়ীখন হৈছে অ’ডি আৰ এছ ৭, যাৰ বজাৰ মূল্য ২.২০ কোটি টকা। ইয়াৰ উপৰিও ছলমানৰ সংগ্ৰহত ১.৬০ কোটি টকাৰ মাৰ্চিডিজ এছ ক্লাছ, ১.২০ কোটি টকাৰ মাৰ্চিডিজ বেঞ্জ এএমজি, ৭৯.৭৮ লাখ টকাৰ মাৰ্চিডিজ বেঞ্জ জিএল আছে।

ছলমানৰ আছে ১.৫০ কোটি টকাৰ পৰ্ছে কেয়েন টাৰ্বো, ১.১৮ কোটি টকাৰ ৰেঞ্জ ৰভাৰ ভোগ আৰু ৮৮ লাখ টকাৰ নিছান পেট্ৰ’ল। ভাইজানৰ সংগ্ৰহৰ আটাইতকৈ সস্তা গাড়ীখন হৈছে ৩৫ লাখ টকাৰ লেক্সাছ এল এক্স।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড চেম্পিয়ন হৈ কি কি লাভ কৰিলে ইষ্টবেংগলে? কি কি পালে ৰানাৰ্ছ-আপ মোহনবাগানে…

ডুৰাণ্ড চেম্পিয়ন হৈ কি কি লাভ কৰিলে ইষ্টবেংগলে? কি কি পালে ৰানাৰ্ছ-আপ মোহনবাগানে…

August 24, 2026 4:43 pm
প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

August 24, 2026 4:08 pm
বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড চেম্পিয়ন হৈ কি কি লাভ কৰিলে ইষ্টবেংগলে? কি কি পালে ৰানাৰ্ছ-আপ মোহনবাগানে…

ডুৰাণ্ড চেম্পিয়ন হৈ কি কি লাভ কৰিলে ইষ্টবেংগলে? কি কি পালে ৰানাৰ্ছ-আপ মোহনবাগানে…

August 24, 2026 4:43 pm
প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

August 24, 2026 4:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd