DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিৰহ নে অভিমান! জেৰাৰ্ডৰ সৈতে বিচ্ছেদক লৈ গোৱা ছাকিৰাৰ গানটোৱে ভাঙিলে অভিলেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2023 1:02 pm
91
VIEWS
Share on FacebookShare on Twitter

কলম্বিয়াৰ গায়িকা ছাকিৰাই জেৰাৰ্ড পিকেৰ সৈতে বিচ্ছেদকলৈ এটা গান ৰচিছে। গানটো মুকলি হোৱাৰ পিছত ই ইউটিউবত এক নতুন অভিলেখ গঢ়িছে। গানটোৰ শীৰ্ষক হৈছে ‘আউট অফ ইয়ৰ লীগ’।

ছাকিৰাৰ গানটো মুক্তিৰ ২৪ ঘণ্টাত ৬৩ মিলিয়নতকৈও অধিক বাৰ চোৱা হৈছে। ইয়াৰ আগেয়ে ২৪ ঘণ্টাত ইমান কোনো লেটিন মিউজিক ভিডিঅ’ চোৱা হোৱা নাই।

উল্লেখ্য যে ২০২২ চনত প্ৰাক্তন স্পেনিছ ফুটবলাৰ জেৰাৰ্ড পিকে আৰু কলম্বিয়ান গায়িকা তথা গীতিকাৰ ছাকিৰাই তেওঁলোকৰ সম্পৰ্কৰ ইতি পেলাইছিল। এক যৌথ বিবৃতিত তেওঁলোকে তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল।

তেওঁলোক দুয়ো ১০ বছৰতকৈও অধিক সময় ধৰি একেলগে আছিল। তেওঁলোকৰ পৰিয়ালত দুটা সন্তানো আছে।

ছাকিৰাই গানটোত পিকেক সমালোচনা কৰিছে। পিকেই জিমত যথেষ্ট সময় অতিবাহিত কৰে। ছাকিৰাই তেওঁক মগজুৰ ব্যায়াম কৰিবলৈও পৰামৰ্শ দিছে।

জেৰাৰ্ড পিকে বৰ্তমান এগৰাকী ২৩ বছৰীয়া যুৱতীৰ সৈতে সম্পৰ্কত আছে। ছাকিৰাইও ইয়াৰো সমালোচনা কৰিছে। স্পেইনত আয়কৰ ফাঁকিৰ বাবে ছাকিৰা সমস্যাত পৰিছিল। তাৰবাবেও ছাকিৰাই পিকেক সমালোচনা কৰিছে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd