• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত চাৰ্জিল ইমাম, আজিয়ে হাজিৰ কৰোৱা হ’ব আদালতত

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
February 20, 2020 8:55 pm
Sharjeel Imam brought to Guwahati, to be produced in court tonight
1.5k
VIEWS
Share on FacebookShare on Twitter

দেশদ্ৰোহত অভিযুক্ত চাৰ্জিল ইমামক আজি দিল্লীৰ পৰা গুৱাহাটীলৈ ৰে’লযোগে লৈ অনা হয়।

অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ দিয়া চাৰ্জিল ইমামক আজি ৰাতিয়েই আদালতত হাজিৰ কৰা হ’ব।

মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত ইতিমধ্যে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে।

তাৰ পিছতে তেওঁক কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ লৈ যোৱা হৈছে।

অসম আৰক্ষীয়ে ১৪ দিনৰ জিম্মাত বিচাৰিছে চাৰ্জিল ইমামক।

ইফালে চাৰ্জিল ইমাম গুৱাহাটী ৰেল ষ্টেচনত আহি উপস্থিত হোৱাৰ লগে লগে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Recent News

এখন অসবৰ্ণ বিবাহৰ বাবেই এঘৰীয়া কৰা হ’ল এটা পৰিয়ালক : শুদ্ধিৰ নামত চুলি ক্ষুৰালে পৰিয়ালটোৰ ৪০ সদস্যই

এখন অসবৰ্ণ বিবাহৰ বাবেই এঘৰীয়া কৰা হ’ল এটা পৰিয়ালক : শুদ্ধিৰ নামত চুলি ক্ষুৰালে পৰিয়ালটোৰ ৪০ সদস্যই

আৰজেডিৰ সভাপতি হিচাপে ত্ৰয়োদশ কাৰ্যকালৰ বাবে মনোনয়ন দাখিল লালু প্ৰসাদ যাদৱৰ

আৰজেডিৰ সভাপতি হিচাপে ত্ৰয়োদশ কাৰ্যকালৰ বাবে মনোনয়ন দাখিল লালু প্ৰসাদ যাদৱৰ

গুজৰাটৰ উপ-নিৰ্বাচন : বিছাৱদাৰ সমষ্টিৰ পৰা জয় লাভ আম আদমি পাৰ্টিৰ প্ৰাৰ্থীৰ

গুজৰাটৰ উপ-নিৰ্বাচন : বিছাৱদাৰ সমষ্টিৰ পৰা জয় লাভ আম আদমি পাৰ্টিৰ প্ৰাৰ্থীৰ

নিৰ্মম! মুম্বাইৰ জাবৰ পেলোৱা ঠাইত গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী ৬০ বছৰীয়া বৃদ্ধা

নিৰ্মম! মুম্বাইৰ জাবৰ পেলোৱা ঠাইত গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী ৬০ বছৰীয়া বৃদ্ধা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd