• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়া পোছাক পৰিধান কৰি ৰেম্পত খোজ বলীউদৰ মোহময়ী অভিনেত্ৰী চোহা আলী খান আৰু মাতৃ শৰ্মিলাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 10, 2019 9:36 pm

1 min read

Soha ali Khan

ৰেম্পত শৰ্মিলা ঠাকুৰ, চোহা আলী খান আৰু সংযুক্তা দত্ত

2.3k
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ জেষ্ঠ অভিনেত্ৰী শৰ্মিলা ঠাকুৰ আৰু তেওঁৰ কন্যা চোহা আলী খানে বৃহস্পতিবাৰে অসমৰ প্ৰসিদ্ধ ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা মেখেলা চাদৰ পিন্ধি ৰেম্পত খোজ দিয়ে।

ফেশ্বন ডিজাইন কাউঞ্চিল অব ইণ্ডিয়া(এফ ডি চি আই)ৰ গুৱাহাটীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশলৈ দুয়োগৰাকী মাতৃ-কন্যাই অসমীয়া সাজ পৰিধান কৰিধান কৰি ৰেম্পত খোজ দিয়ে।

সংযুক্তা দত্তৰ ‘আকাশ’ নামৰ উৎসৱৰ বতৰৰ পোছাকৰ অন্তৰ্গত নীলা ৰঙৰ মেখেলা-চাদৰ পিন্ধি শৰ্মিলা ঠাকুৰে আৰু ৰোয়েল ব্লু ৰঙৰ লেহেংগা পিন্ধি চোহা আলী খানে ৰেম্পলৈ আহে।

ডিজাইনাৰ দত্তই ‘আকাশ’ক হস্ততাত আৰু প্ৰকৃতি সংৰক্ষণৰ এক উৎকৃষ্ট উদাহৰণ বুলি উল্লেখ কৰে।

‘‘হস্ততাঁতত নিৰ্মাণ কৰা পোছাক মোৰ খুবেই প্ৰিয় আৰু প্ৰায়ে ইয়াৰ ব্যৱহাৰ কৰো,’’ শৰ্মিলাই কয়।

আনহাতে, সংযুক্তা দত্তই ডিজাইন কৰা পোছাক পৰিধান কৰি ৰেম্পত খোজ দিয়াটো এটা সৌভাগ্যৰ কথা বুলিও বৰ্ষীয়ান অভিনেত্ৰীগৰাকীয়ে কয়।
‘‘পৰম্পৰাগত পোছাকক আধুনিক সময়ৰ সৈতে খাপ খোৱাকৈ ডিজাইন কৰাটো এটা কলা আৰু সংযুক্তা দত্তই সুন্দৰকৈ প্ৰতিবছৰে ইয়াক কৰি আহিছে,’’চোহা আলী খানৰ মন্তব্য।

সংযুক্তা দত্তয়ো দুয়োগৰাকী অভিনেত্ৰীৰ সৈতে ৰেম্পত খোজ দিবলৈ পাই সুখী বুলি মত ব্যক্ত কৰে।

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd