• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ প্ৰনব মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠাৰ; আন দলত যোগ দিয়াৰ সম্ভাৱনা অস্বীকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2021 12:03 pm
11be0231fa90a595d1a07e5cacea2294-711x375

শর্মিষ্ঠা মুখার্জী। ফাইল ফটো।

230
VIEWS
Share on FacebookShare on Twitter

Sharmistha Mukherjee: প্ৰসিদ্ধ কংগ্ৰেছ নেতা প্ৰয়াত প্ৰনব মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীয়ে পৰিয়ালৰ শেষজন সদস্য হিচাপে কংগ্ৰেছৰ পতাকা বহন কৰিছিল যদিও সেয়াও যেন এতিয়া অতীত হ’বলৈ আগবাঢ়িছে।

শৰ্মিষ্ঠা মুখাৰ্জীয়ে সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে।

শনিবাৰে এটা টুইটৰ জৰিয়তে তেওঁ ৰাজনীতিৰ পৰা আঁতৰি থকাৰ কথা জানিবলৈ দিয়ে।

নিজৰ টুইটাৰত শৰ্মিষ্ঠাই লিখিছে,’’সকলোকে ধন্যবাদ। ৰাজনীতিৰ পৰা বিদায় ল’লো। অৱশ্যে কংগ্ৰেছৰ এগৰাকী প্ৰাথমিক সদস্য হিচাপে থাকিম। সক্ৰিয় ৰাজনীতি আৰু নহয়।কোনোৱে যদি ভাৱে তেওঁ দেশৰ সেৱা, জাতিৰ সেৱা কৰিব তেওঁ আন ধৰণেও কৰিব পাৰে।‘’

শৰ্মিষ্ঠা মুখাৰ্জীয়ে সংবাদমাধ্যমক জানিবলৈ দিয়া মতে ৰাজনীতি তেওঁৰ বাবে নহয়। সেয়ে তেওঁ আঁতৰি যাব বিচাৰিছো। অৱশ্যে তেওঁ আন কামকলৈ ব্যস্ত থাকিব।

কিন্তু হঠাৎ এইদৰে শৰ্মিষ্ঠা ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰাৰ লগে লগেই তেওঁ অন্য দলত যোৱাৰ বিষয়ে চৰ্চা আৰম্ভ হয়।

Thanks so much, but no more a ‘politician’. I’ve quit politics. I remain & will continue to remain a primary member of Congress, but no more active politics for me. One can serve the nation in many other ways….😊🙏 https://t.co/PjQAcnB39S

— Sharmistha Mukherjee (@Sharmistha_GK) September 25, 2021

আনহাতে, শৰ্মিষ্ঠাই স্পষ্ট কৰি দিছে যে তেওঁ আন দলত যোগদান নকৰে। তেওঁ জানিবলৈ দিয়ে যে তেওঁৰ এই সিদ্ধান্তৰ কথা দলৰ সভানেত্ৰী ছোনিয়া গান্ধী, মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালা আৰু দিল্লী কংগ্ৰেছৰ নেতা অজয় মাকেনক কেইবামাহ পূৰ্বে জনাইছিল।

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত প্ৰনব মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠাই কয় যে দলৰ প্ৰতি তেওঁৰ কোনো অভিযোগ নাই। আনকি আন দলত যোগ দিয়াৰ বাবেও এই সিদ্ধান্ত লোৱা নাই।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd