• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱৰ সভাত শিখা শৰ্মাৰ দাবী; ‘গুৱাহাটী ৰাম মন্দিৰৰ কাষত মছজিদ নিৰ্মাণ কৰক চৰকাৰে’

ইয়াছিন আলী by ইয়াছিন আলী
January 9, 2021 2:05 pm
index.jpgak
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি আবেলি বঙাইগাঁও জিলাৰ মুক্তি যুঁজাৰু মৰহুম মহম্মদ আলী সৰকাৰ সমন্বয় ক্ষেত্ৰ বালাৰচত গণতান্ত্ৰিক যুৱ পৰিষদ চমুকৈ জিপাৰ উদ্যোগত আধাৰশিলা স্থাপন আৰু মুক্তি যুঁজাৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

জিপাৰ সভাপতি ডঃ আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতি চাৰণ সভাত জাতীয়তাবাদী নেত্ৰী শিখা শৰ্মাই ভাষণত কয় ৰাম মন্দিৰৰ কাষত মছজিদ নিৰ্মাণ কৰি চৰকাৰে ধৰ্মনিৰপেক্ষতাৰ পৰিচয় দিয়ক বুলি দাবী জনায় শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী মাদ্ৰাছা আৰু ৰাইজৰ দ্বাৰা স্থাপিত বেচৰকাৰী মাদ্ৰাছাৰ নামত অসম বাসীক বিভ্ৰান্ত কৰি মাদ্ৰাছা বন্ধ কৰাৰ কু কৰ্ম কৰিবলৈ চেষ্টা কৰাটো দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

Apply Now

শিখা শৰ্মাই লগতে কয় কয় বেটিক পঢ়িবলৈ ১০০ টকা দিছে, মা দেউতাকৰ ৮৬০ টকাৰ ৰন্ধন গেছৰ দাম বৃদ্ধি কৰি ডিঙিত ওলমাই দিছে।

দেশৰ মুছলমান সকলোতকৈ হিন্দুসকলে বেছি অপৰাধ কৰি থকা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰ শিখা শৰ্মাই বিধায়ক আব্দুল হাই নাগৰিকক বৃহত্তৰ অঞ্চলৰ জৰাজীৰ্ণ ৰাস্তাসমূহ ভাল কৰিবলৈ আহ্বান জনায়।

অজন্তা নেওগ নামৰ জাৱৰটো কংগ্ৰেছৰ পৰা আঁতৰি গ’ল বুলি উল্লেখ কৰি কংগ্ৰেছৰ মহাজোঁটবন্ধনৰ কথা দেহাৰে শিখা শৰ্মাই।

সভাত কংগ্ৰেছী বিধাক দেৱব্ৰত শইকীয়াই স্বাধীনতা সংগ্ৰামী মহম্মদ আলী সৰকাৰৰ স্মৃতি ৰোমন্থন কৰি সাম্প্ৰতিক অতি সাম্প্ৰদায়িকতা সম্পৰ্কে ভাষণ দিয়ে।

সাংসদ আব্দুল খালেক, প্ৰাক্তন বিধায়ক ভূপেন ৰায়ও সংগ্ৰামী নেতাগাকীৰ স্মৃতিচাৰণ কৰি ভাষণ প্ৰদান কৰে।

গণতান্ত্ৰিক যুৱ পৰিষদ অসম(জিপা)ৰ উদ্যোগত নিৰ্মাণ হ’বলগীয়া পেঞ্চনপ্ৰাপ্ত মুক্তি যুঁজাৰু মৰহুম মহাম্মদ আলী সৰকাৰ স্মৃতি ভৱনৰ আধাৰশিলা কৰে ক্ৰমে কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়া, সাংসদ আব্দুল খালেক, জিপাৰ কৰ্ম কৰ্তাৰ লগতে স্থানীয় বিধায়ক, মুক্তি যুঁজাৰুৰ সহধৰ্মিনী, পুত্ৰ, কণ্যা, নাতিৰ লগতে কেইবাগৰাকী কংগ্ৰেছ কৰ্মীয়ে স্থাপন কৰে।

সভাত কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে ।

ইয়াছিন আলী

ইয়াছিন আলী

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd