• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইন্টাৰনেটত গ্ৰন্থৰ সুৱাস বিলাইছে শ্বিলঙৰ এগৰাকী যুৱতীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 24, 2020 7:31 pm

1 min read

Story-8-11-750x375
253
VIEWS
Share on FacebookShare on Twitter

আহত আকাশ ক’তো নাই সুখ, হতাশাত ভাগি পৰা মানুহৰ মুখ…

.সচাঁকৈয়ে সুখে এতিয়া যেন পলাই ফাট মাৰিছে।

মহামাৰীৰ আতংকই খেদি ফুৰা মানুহৰ মন এতিয়া বিষন্নতাৰে ভৰিছে।

এনে সময়তে আশাৰ বীজ সিঁচি ইন্টাৰনেটৰ পৃথিৱীত গ্ৰন্থৰ সুৱাস বিয়পাই মানুহৰ মন সতেজ কৰাৰ চেষ্টাত ব্ৰতী হৈছে শ্বিলঙৰ এগৰাকী যুৱতীয়ে।

শ্বিলঙৰ যুৱতী দেৱাস্মিতা  ডে চৌধুৰীয়ে ক’ৰ’ণাতংকৰ সময়তে লিখি উলিয়াইছে এখন বিশেষ গ্ৰন্থ।

উত্তৰ পূৰ্বাঞ্চলৰ মহিলাৰ কঠোৰ জীৱন সংগ্ৰামক লৈ দেৱাস্মিতাই ৰচনা কৰা দ্য কোষ্ট অৱ ছানছাইন:থ্ৰি ৱমেন অৱ থ্ৰি জেনেৰেছনছ এণ্ড দ্য মেন ইন ডেয়াৰ লাইভছ শীৰ্ষক গ্ৰন্থ খনত জীৱন্ত ৰুপত প্ৰকট হৈছে নাৰী জীৱনৰ বাস্তৱ সত্যতা।

দ্য কোষ্ট অৱ ছানছাইন:থ্ৰি ৱমেন অৱ থ্ৰি জেনেৰেছনছ এণ্ড দ্য মেন ইন ডেয়াৰ লাইভছ গ্ৰন্থ খন ইতিমধ্যে অন লাইনত মুকলি কৰা হৈছে।

দেৱাস্মিতাৰ গ্ৰন্থখনে ইতিমধ্যে ইন্টাৰনেটৰ জগতত খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

গ্ৰন্থ খন এমাজনত উপলদ্ধ।

গ্ৰন্থ খন সন্দৰ্ভত দেৱাস্মিতাই কয়—‘মানুহৰ জীৱনৰ চৌপাশে ৰং ভাঁহি ফুৰিছে।মই তেনে ৰঙৰ কিছু বুটলি লোৱাৰ চেষ্টা কৰিছো।’

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd