• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশু শিক্ষা সমিতিৰ সদৌ অসম কুইজত নলবাৰীৰ মৃণাল লস্কৰ আৰু প্ৰজ্ঞাদীপ শ্ৰেষ্ঠ

২০ বছৰে সেৱা আগ বঢ়োৱা বাবে শশীপ্ৰভা দাসক সম্বৰ্ধনা শিশু শিক্ষা সমিতি, অসমৰ

অনুপ শৰ্মা by অনুপ শৰ্মা
October 29, 2019 8:20 pm
শিশু শিক্ষা সমিতি 
শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতাৰ এটা দৃশ্য। ২৯ অক্টোবৰত, গুৱাহাটীত।

শিশু শিক্ষা সমিতি শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতাৰ এটা দৃশ্য। ২৯ অক্টোবৰত, গুৱাহাটীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত আজি অনুষ্ঠিত সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতাত শংকৰদেৱ বিদ্যা নিকেতন, বৰভাগ, নলবাৰীৰ মৃণাল লস্কৰ আৰু প্ৰজ্ঞাদীপ ভট্টাচাৰ্য্যই প্ৰথম পুৰস্কাৰ লাভ কৰিছে।

গড়কাপ্টানী বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত দ্বিতীয় স্থান লাভ কৰে শংকৰদেৱ বিদ্যা নিকেতন, বনগাওঁ, মজুলীৰ আশাদ্বীপ শইকীয়া আৰু হিমাদ্ৰী মুদৈয়ে।

Apply Now

শংকৰদেৱ বিদ্যা নিকেতন,  হাতীচোং , নগাৱঁৰ শুভলক্ষ্মী হাজৰিকা আৰু পৰাগ জ্যোতি শইকীয়াই তৃতীয় পুৰস্কাৰ লাভ কৰে।

পণ্ডিত আনন্দৰাম বৰুৱাৰ নামত উৎসৰ্গিত প্ৰতিযোগিতাখন শিশু শিক্ষা সমিতি অসমৰ অধীন বিদ্যালয়বিলাকৰ মাজতে সীমাবদ্ধ আছিল আৰু ঘাইকৈ ওপৰৰ শ্ৰেণীৰ (অষ্টম, নৱম আৰু দশম) ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। মুঠ যোগদান কৰা দল ২৪টা আছিল।

SISU Niketan Quize_2
শিশু শিক্ষা সমিতি
শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতাৰ এটা দৃশ্য। ২৯ অক্টোবৰত, গুৱাহাটীত।

শিশু শিক্ষা সমিতিৰ সূত্ৰই জানিবলৈ দিয়া মতে, শিশু শিক্ষা সমিতি, অসমে পোনপ্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত এনেদৰে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

শিশু শিক্ষা সমিতি, অসম আৰ এছ এছৰ দ্বাৰা নিয়ন্ত্ৰিত বেচৰকাৰী শিক্ষা খণ্ড বিদ্যা ভাৰতীৰ অধীন।

প্ৰতিযোগিতাখনৰ প্ৰাক মুহূৰ্তত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক উদ্দেশ্যি বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় সম্পাদক ব্ৰহ্মাজী ৰাও, শিশু শিক্ষা সমিতি অসমৰ সভাপতি ড০ নিৰ্মল বৰুৱা, এছ বি দেওৰা মহাবিদ্যালয়ৰ উপাধক্ষ্য ড০ নিৰঞ্জন কলিতা আদি বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদান কৰে।

তিনিমহীয়া আলোচনী বিদ্যাভাৰতী সংবাদত ২০ বছৰে সেৱা আগবঢ়োৱা শশীপ্ৰভা দাসকে শিশু শিক্ষা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

বিদ্যা ভাৰতী উত্তৰ অসমৰ প্ৰান্ত সংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে কুইজ প্ৰতিযোগিতাখন সন্দৰ্ভত কয় যে ছাত্ৰ-ছাত্ৰীসকলে কিতাপৰ শিক্ষাৰ লগতে যাতে অসমৰ কলা-সংস্কৃতি, ইতিহাস, ভূগোল সম্বন্ধেও জ্ঞাত হয়, তাৰ প্ৰয়াসৰ অংশস্বৰূপেই এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে।

শিশু শিক্ষা সমিতি, অসমৰ প্ৰান্ত প্ৰচাৰক শৈলেন্দ্ৰ পাণ্ডেই কয়, শিশুসকলে নিজৰ ৰাজ্যখনক তথা দেশখনক যাতে আৰু অধিক ভালদৰে জানিব পাৰে তাৰে এটা প্ৰয়াস এই প্ৰতিযোগিতা।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd