• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সিদ্দাৰামাইয়াক অঁতৰাই মুখ্যমন্ত্ৰীৰ চকীত শিৱকুমাৰক বহুওৱাৰ দাবী! দিল্লীত ‘ঘনিষ্ঠ’ বিধায়কৰ দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2025 9:33 am
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ ভিতৰত বিভাজনৰ ক’লা ছাঁ দেখা গৈছে! বৃহস্পতিবাৰে দিল্লীলৈ গৈছে দহজনীয়া কংগ্ৰেছ বিধায়কৰ এটা দল। কোৱা হৈছে যে এই আটাইকেইজনেই ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ শিবিৰৰ।

সূত্ৰই দাবী কৰিছে যে তেওঁলোকৰ খৰখেদাকৈ ৰাজধানী ভ্ৰমণৰ উদ্দেশ্য  হৈছে সিদ্দাৰামাইয়াক সলনি কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত শিৱকুমাৰক বহুওৱাৰ ব্যৱস্থা কৰা। ইতিমধ্যে সিদ্দাৰামাইয়া আৰু শিৱকুমাৰৰ সংঘাত অতি স্পষ্ট হৈ পৰিছে। ইফালে, বিধায়কসকলৰ দিল্লী ভ্ৰমণত পৰিস্থিতি অধিক জটিল হৈ পৰা বুলি সংশ্লিষ্ট মহলে ধাৰণা কৰে।

Apply Now

কিন্তু কিয় হঠাৎ শিৱকুমাৰক মুখ্যমন্ত্ৰী পদত বহুওৱাৰ দাবী? দৰাচলতে দুবছৰ পূৰ্বে কৰ্ণাটকত বৃহৎ জনাদেশ লৈ কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিছিল। তেতিয়াৰ পৰাই মুখ্যমন্ত্ৰীৰ চকীখনক লৈ দুটা শিবিৰত বিভক্ত হৈ পৰিছে। এফালে প্ৰবীণ নেতা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া। আনহাতে, উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ।

ইপিনে, সকলোৱে সৰ্বসন্মতিক্ৰমে মানি লৈছে যে ক্ষমতালৈ ঘূৰি অহাৰ ক্ষেত্ৰত শিৱকুমাৰৰ ভূমিকা আছিল অন্যতম। তাৰপিছতো সিদ্দাৰামাইয়াক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। বৰ্তমানৰ কৰ্ণাটক চৰকাৰে আঢ়ৈ বছৰ সম্পূৰ্ণ কৰিলে।

সিদ্দাৰামাইয়াই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা কৰ্ণাটকৰ ৰাজনৈতিক মহলত চৰ্চা চলি আহিছে যে তেওঁৰ ‘ম্যাদ’ৰ আধা সময় সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ পদত্যাগ কৰিব। তেওঁৰ ঠাইত শিৱকুমাৰ আহিব। যদিও তেনে কোনো ঘোষণা কৰা হোৱা নাই। তথাপিও জল্পনা-কল্পনা অব্যাহত আছে।

কিন্তু আঢ়ৈ বছৰ পাৰ হোৱাৰ লগে লগে চৰ্চা শক্তিশালী হ’বলৈ আৰম্ভ কৰিছে। ডি কে শিবিৰৰ দাবী যে সেই সময়ত মুখ্যমন্ত্ৰীৰ চকীখনৰ বাবে আঢ়ৈ বছৰৰ সূত্ৰটো ঠিক কৰা হৈছিল। সেই সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰী সলনি কৰাৰ সময় আহি পৰিছে। যদিও সিদ্দাৰামাইয়াই ইংগিত দিছে যে তেওঁ আঁতৰিবলৈ ইচ্ছুক নহয়।

ইপিনে, বৃহস্পতিবাৰেই কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে শিৱকুমাৰৰ ঘনিষ্ঠসকলৰ দলটোৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা। আনকি শুকুৰবাৰে পুৱা এআইচিচিৰ সাধাৰণ সম্পাদক কেচি বেনুগোপালৰ সৈতেও আন এখন বৈঠকৰ কথা। একেটা বিষয়তে তাত আলোচনা কৰা হ’ব।

আনহাতে, এই সপ্তাহৰ শেষৰ ফালেও শিৱকুমাৰৰ ঘনিষ্ঠ আৰু অধিক বিধায়ক দিল্লীলৈ যাব বুলি চৰ্চা চলিছে। পৰিস্থিতি কোন ফালে গতি কৰে তালৈ সংশ্লিষ্ট মহলে দৃষ্টি ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd