DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিনা দৰ্শকেৰে মেচ আৰু কইনা নোহোৱা বিয়া একেই কথা : আখতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2020 7:40 pm
Akhtar

ছোৱেইব আখতাৰ, উৎস-ইণ্টাৰনেট

1.2k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংহাৰৰ বাবে যোৱা দুমাহ ধৰি কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ অনুষ্ঠিত হোৱা নাই। কিন্তু এতিয়া বহু কেইখন ক্ৰিকেট ব’ৰ্ডে অনুশীলন আৰম্ভ কৰাৰ মন মেলিছে।

অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডে দ্বিপাক্ষিক শৃংখলা আয়োজনৰ চিন্তা চৰ্চা কৰি আছে। তদুপৰি পাকিস্তান দলেও আগষ্টত ইংলেণ্ড ভ্ৰমণ কৰাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে।

উল্লেখ্য যে এই শৃংখলা সমূহ অনুষ্ঠিত কৰিলেও কিন্তু আগন্তুক কিছু দিনলৈ ষ্টেডিয়ামৰ ভিতৰত দৰ্শকৰ প্ৰৱেশ নিষিদ্ধ হৈয়েই থাকিব।

এই প্ৰসংগত পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱাইব আখতাৰে কয় যে বিনা দৰ্শকেৰে মেচ অনুষ্ঠিত কৰা আৰু কইনা নোহোৱা বিয়া একেই কথা।

তেওঁ লগতে কয় যে ষ্টেডিয়ামত দৰ্শকৰ উপস্থিতিয়ে মেচখনৰ গতি ৰূপ সলনি কৰি দিয়াৰ লগতে মেচখন খেলিও বেচ আনন্দ পোৱা যায়।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ বাবে ক্ৰিকেট বন্ধ হৈ আছে যদিও অতি শীঘ্ৰে পুনৰ ক্ৰিকেট আৰম্ভ হ’ব বুলি আখতাৰে আশা প্ৰকাশ কৰিছে।

আখতাৰে অহা এবছৰৰ ভিতৰত পৰিস্থিতি স্বাভাৱিক হ’ব আৰু দৰ্শকেৰে ভৰা ষ্টেডিয়ামত পুনৰ মেচ অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰে।

Recent News

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Woman and 6-Year-Old Daughter Gangraped

নৃশংস! চলন্ত গাড়ীত মাতৃসহ ৬ বছৰীয়া শিশুক দলবদ্ধ ধৰ্ষণ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Boris Johnson Gets Chased By Police

কি জগৰ লগালে বৰিছ জনছনে! ষ্টেডিয়ামত জনছনক ধৰিবলৈ পিছে পিছে দৌৰিল পুলিচ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd