• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হিংসা’ৰ জুইত দহিছে পাকিস্তান! ভাৰতৰ ট্ৰফী জয়ৰ মঞ্চত কিয় নাথাকিল আয়োজক দেশ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2025 8:29 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেম্পিয়ন ট্ৰফীৰ চেম্পিয়ন হ’ল টিম ইণ্ডিয়া। ফাইনেলত ৰোহিত বাহিনীয়ে নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰে। তাৰ পিছত আৰম্ভ হয় ট্ৰফী বিজয়ৰ উদযাপন। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক এই ট্ৰফী প্ৰদান কৰে আই চি চিৰ অধ্যক্ষ জয় শ্বাহে। বিচিচিআইৰ সভাপতি ৰজাৰ বিনিও উপস্থিত থাকে। কিন্তু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ কোনো প্ৰতিনিধি তাত নাছিল। অথচ তেওঁলোকেই প্ৰতিযোগিতাৰ আয়োজক।

দৰাচলতে নামতহে আয়োজক। সমগ্ৰ প্ৰতিযোগিতাখনতে তেওঁলোকৰ ভূমিকা বাৰে বাৰে প্ৰশ্নৰ আওতালৈ আহিছে। সেয়া আন্তঃগাঁথনিয়েই হওক বা মেচ আয়োজনেই হওক। নিৰাপত্তাজনিত কাৰণত ভাৰত পাকিস্তানলৈ যোৱা নাছিল। ৰোহিত আৰু তেওঁৰ দলটোৱে ডুবাইত মেচ খেলিছিল। কিন্তু সেইবুলি ট্ৰফী প্ৰদান অনুষ্ঠানত কোনেও উপস্থিত নাথাকিব? যিয়েই নহওক, তেওঁলোক আয়োজক। আনকি ফাইনেলত গেলেৰীতো তেওঁলোকক দেখা যোৱা নাছিল। সেইটো ভাৰতৰ সফলতাত ‘ঈৰ্ষা’ৰ কাৰণেই?

Apply Now

পাকিস্তানৰ প্ৰাক্তন তাৰকা শ্বোৱেইব আখতাৰে প্ৰশ্ন উত্থাপন কৰিছে। ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা ভিডিঅ’ মেছেজত তেওঁ কয় যে ভাৰতে চেম্পিয়নছ ট্ৰফী লাভ কৰিছে। কিন্তু এটা অদ্ভুত কথা লক্ষ্য কৰিলোঁ, পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ কোনো ইয়াত নাই। কিন্তু চেম্পিয়নছ ট্ৰফীৰ আয়োজক পাকিস্তান। ট্ৰফী দিবলৈ কোনো নাহিল কিয়? ইয়াত কোনো উপস্থিত নাই কিয়? এইটো চিন্তা কৰা উচিত। এয়া এখন আন্তঃৰাষ্ট্ৰীয় মঞ্চ। ইয়ালৈ আহিব লাগিছিল।”

আন এটা ভিডিঅ’ত তেওঁ ভাৰতৰ প্ৰশংসাও কৰে। তাত তেওঁ কয়, “ভাৰত প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দল। বৰুণে সুন্দৰ বলিং কৰিছে। বিৰাটৰ কামবেক ঘটিছে। আজি ৰোহিতে দুৰ্দান্ত খেলিলে। তেওঁলোকে কেনেকৈ ভাল ক্ৰিকেট খেলিব লাগে আমাক দেখুৱাই দিলে। ভাৰতক অভিনন্দন। তেওঁলোকে এটা যোগ্য দল হিচাপে জয়ী হৈছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am
নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am
মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd