• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্বেন ৱাৰ্ণৰ মৃতদেহৰ কাষত পৰি আছিল ‘কামাগ্ৰা’! নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2025 2:34 pm
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বেন ৱাৰ্ণৰ মৃত্যুৰ সন্দৰ্ভত এতিয়াও প্ৰশ্ন ৰৈ গৈছে। শেহতীয়াকৈ ডেইলী মেইলৰ এক বাতৰিয়ে হঠাতে এইগৰাকী কিংবদন্তি ক্ৰিকেটাৰৰ মৃত্যুৰ কাৰণক লৈ আলোড়নৰ সৃষ্টি কৰিছে। সেই প্ৰতিবেদনত কি আছে? অষ্ট্ৰেলিয়াৰ বলাৰগৰাকীৰ মৃত্যুৰ আঁৰত কি ৰহস্য ৰৈ গৈছে?

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি থাইলেণ্ডৰ সেই ভিলাটোৰ পৰা এটা বস্তু আঁতৰাই পেলোৱা হয় য’ত অষ্ট্ৰেলিয়ান ক্ৰিকেট তাৰকাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

Apply Now

প্ৰতিবেদনত লগতে দাবী কৰা হৈছে যে এজন আৰক্ষী বিষয়াই এজন উচ্চ পদস্থ বিষয়াৰ নিৰ্দেশত শ্বেন ৱাৰ্ণৰ ভিলাৰ পৰা এটা নিৰ্দিষ্ট ঔষধ আঁতৰাই পেলাইছিল। ঔষধৰ নাম ‘কামাগ্ৰা’। যিটো সাধাৰণতে বহু পুৰুষে যৌন বৰ্ধক হিচাপে ব্যৱহাৰ কৰে। এই ঔষধত ছিলডেনাফিল চাইট্ৰেট থাকে, যিটো ভায়াগ্ৰাতো পোৱা যায়। এই ঔষধ প্ৰস্তুত কৰা কোম্পানী ভাৰতীয়। যিটোৱে অধিক আগ্ৰহৰ সৃষ্টি কৰিছে।

নাম প্ৰকাশত অনিচ্ছুক থাইলেণ্ডৰ এজন আৰক্ষী বিষয়াই ডেইলী মেইলক জনাইছে যে তেওঁৱেই শ্বেন ৱাৰ্ণৰ ভিলাৰ পৰা উচ্চ পদস্থ বিষয়াৰ নিৰ্দেশত এই ঔষধ আঁতৰাইছিল। থাইলেণ্ডৰ আৰক্ষী বিষয়াগৰাকীয়ে দাবী কৰে যে এই ঘটনাত এজন আৰক্ষী বিষয়াও জড়িত আছিল।

ডেইলী মেইলে তেওঁৰ উদ্ধৃতিৰে কয় যে, “মোক কোৱা হৈছিল যে বিষয়টো অতি স্পৰ্শকাতৰ। আদেশ আহিল যে বটলটো আঁতৰাই দিব লাগে। সকলো নিৰ্দেশ ওপৰৰ পৰা আহিছিল। মই ভাবো ইয়াৰ লগত অষ্ট্ৰেলিয়াৰ এজন উচ্চ পদস্থ বিষয়াও জড়িত আছিল।”

আৰক্ষী বিষয়াজনে লগতে কয়, ‘সেইবাবেই চৰকাৰী প্ৰতিবেদনত দেখা গৈছে যে তেওঁৰ হাৰ্ট এটেকত মৃত্যু হৈছে। আৰু কোনো সবিশেষ দিয়া হোৱা নাই। ইয়াৰ আঁৰত বহু শক্তিশালী অদৃশ্য হাত আছে।’

সংবাদ মাধ্যমত উল্লেখ কৰা হৈছে যে শ্বেন ৱাৰ্ণৰ ঘৰত পোৱা কামাগ্ৰাৰ বটলৰ পৰা ক্ৰিকেটাৰগৰাকীয়ে কিমান ঔষধ সেৱন কৰিছিল সেয়া জানিব পৰা হোৱা নাই। ঘটনাস্থলীত তেজৰ বমিও উদ্ধাৰ কৰা হৈছে। এই ঔষধ সেৱনৰ বাবে শ্বেন ৱাৰ্নে তেজ বমি কৰিছিল নে নাই সেয়াও স্পষ্ট হোৱা নাই।

শ্বেন ৱাৰ্ণৰ ৫২ বছৰ বয়সত মৃত্যু হয়। থাইলেণ্ডৰ নিজৰ ভিলাতে উদ্ধাৰ কৰা হয় কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ মৃতদেহ। চুৰাট থানি হাস্পতালে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল। উল্লেখ কৰা হৈছিল যে শ্বেন ৱাৰ্ণৰ মৃত্যু স্বাভাৱিক আছিল আৰু এই কাণ্ডত সন্দেহজনক একো পোৱা নগ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd