• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগ্নিগৰ্ভ মণিপুৰ! পৰিস্থিতি নিয়ন্ত্ৰণত জটিলতা; দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ ৰাজ্যপালৰ

এন ই নাও নিউজ, ইম্ফল by এন ই নাও নিউজ, ইম্ফল
May 4, 2023 7:23 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অশান্ত মণিপুৰক শান্ত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই। সেয়ে এইবাৰ দেখা মাত্ৰেই গুলী চলোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে। মণিপুৰৰ গৃহ আয়ুক্ত টি ৰঞ্জিত সিঙে বৃহস্পতিবাৰে এই নিৰ্দেশ জাৰি কৰে।

মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা প্ৰদানৰ দাবী জনাই আহিছে। মণিপুৰৰ উচ্চ ন্যায়ালয়ে এই বিষয়ে চিন্তা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে। কিন্তু ইয়াৰ বিৰোধিতা কৰি পথত নামিছিল সদৌ জনজাতি ছাত্ৰ সন্থা, মণিপুৰ। তেওঁলোকৰ আন্দোলনৰ বাবে বুধবাৰৰ পৰা উত্তপ্ত হৈ পৰে মণিপুৰ।

লগতে পঢ়ক: মণিপুৰৰ হিংসা ক্ষতিগ্ৰস্ত অঞ্চলত সেনা আৰু আছাম ৰাইফলছৰ ফ্লেগমাৰ্চ; নিৰাপদ আশ্ৰয়ৰ ব্যৱস্থা

Apply Now

ক’ৰবাত যদি গুলীচালনা চলিছে, কৰ’বাত ঘটিছে অগ্নিসংযোগৰ ঘটনা। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিভিন্ন উত্তেজনাপূৰ্ণ এলেকাত সেনা মোতায়েন কৰা হৈছে। ইয়াৰ উপৰিও সমগ্ৰ মণিপুৰত ৫ দিন ধৰি বন্ধ কৰি দিয়া হৈছে মোবাইল ইন্টাৰনেট। ৮খন জিলাত জাৰি কৰা হৈছে কাৰ্ফিউ। তথাপিও সমগ্ৰ মণিপুৰত অশান্তিৰ জুই বিয়পি পৰিছে।

সেয়ে, এইবাৰ কোনো লোকক ৰাস্তাত দেখা যায় তেন্তে তৎক্ষণাত গুলী চলাবলৈ নিৰ্দেশ দিয়া হৈছে। সকলো জিলা দণ্ডাধীশ, মহকুমাধিপতি আৰু কাৰ্যবাহী দণ্ডাধীশক গুলীচালনাৰ নিৰ্দেশ দিয়াৰ ক্ষমতা প্ৰদান কৰা হৈছে। মণিপুৰ চৰকাৰে জনাইছে যে ৰাজ্যত শান্তি আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ শ্বুট এট চাইটৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে বুধবাৰৰ পৰা আৰম্ভ হোৱা অশান্তিৰ ফলত কমেও ১১ জন লোক আহত হোৱাৰ লগতে গুলীবিদ্ধ হৈ দুজনৰ মৃত্যু হয়। কংপোকপি জিলাৰ ছৈকুল অঞ্চলত মৃত্যুৰ ঘটনা ঘটিছে। ইয়াৰ উপৰি বিষ্ণুপুৰ, চুৰাচান্দপুৰ, ম’ৰে, ইম্ফল অঞ্চলতো চৰম উত্তেজনা বিয়পি পৰিছে।

মণিপুৰৰ মুখ্যমন্ত্রী তাত সংঘটিত ঘটনাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অতিৰিক্ত অৰ্ধসামৰিক বাহিনী অনা হৈছে বুলিও  কয়। সেনা জোৱানসকলেও বিভিন্ন অঞ্চলত ফ্লেগমাৰ্চ কৰে।

লগতে পঢ়ক: World Record: এটা অভাৰত ৪৬ ৰাণ! টি-২০ ক্ৰিকেটত বিশ্ব অভিলেখ

সূত্ৰসমূহৰ মতে, এক উৰাবাতৰি প্ৰচাৰৰ পিছতে এই হিংসাত্মক ঘটনা সংঘটিত হৈছিল। তাত এজন প্ৰাক্তন বিচ্ছিন্নতাবাদীক গুলীয়াই হত্যা কৰা বুলি প্ৰচাৰ হোৱাৰ পিছতে মঙলবাৰৰ পৰা মণিপুৰত উত্তপ্ত পৰিস্থিতি হ’বলৈ ধৰে।

বুধবাৰে উত্তেজনাই চৰম পৰ্যায় পায়। কেইবাটাও স্থানত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলী, কন্দুৱা গেছ আৰু ৰবৰৰ গুলী নিক্ষেপ কৰিবলগীয়া হয়।

এন ই নাও নিউজ, ইম্ফল

এন ই নাও নিউজ, ইম্ফল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd