• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুৱেইটত অনুষ্ঠিত এছিয়ান এয়াৰগান চেম্পিয়নশ্বিপত স্বৰ্ণজয় অসম সন্তান হৃদয় হাজৰিকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2018 5:49 pm
f41fb070-a269-4367-9607-39cefbf4841f
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৩ নৱেম্বৰৰ পৰা কুৱেইটত চলি থকা এছিয়ান এয়াৰগান চেম্পিয়নশ্বিপৰ ৬ নৱেম্বৰত অনুষ্ঠিত মিক্সড এয়াৰগান চেম্পিয়নশ্বিপত স্বৰ্ণজয় কৰিছে অসম সন্তান হৃদয় হাজৰিকাই। মিক্সড ইভেণ্টত হৃদয়ৰ সৈতে স্বৰ্ণপদক দখল কৰিলে ভাৰতৰ আন এগৰাকী উদীয়মান মহিলা শ্বুটাৰ ইলাভেনিল ভালাৰিভানেও।  ১০ মিটাৰ জুনিয়ৰ এয়াৰ ৰাইফল শাখাত স্বৰ্ণপদক দখল কৰে দুয়োগৰাকী খেলুৱৈয়ে। প্ৰতিযোগিতাত অৰ্জুন বাবুটা আৰু মেহুলী ঘোষে দখল কৰে ব্ৰঞ্জৰ পদক।

ইয়াৰ পূৰ্বে উদীয়মান শ্বুটাৰ গৰাকীয়ে দক্ষিণ কোৰিয়াত অনুষ্ঠিত যোৱা ৫২ সংখ্যক আই  এছ এছ এফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপৰ জুনিয়ৰ শাখাৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত সোণৰ পদক অৰ্জন কৰিছিল।

Apply Now

প্ৰচুৰ সম্ভাৱণাপূৰ্ণ এইগৰাকী যুৱ শ্বুটাৰৰ সফলতাত তেওঁৰ গৃহভূমি লখিমপুৰ জিলাৰ সমগ্ৰ নাৰায়ণপুৰবাসী আনন্দত আত্মহাৰা হৈ পৰিছে।

উল্লেখ্য যে নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ হাজৰিকা আৰু ইভা শইকীয়া হাজৰিকাৰ একমাত্ৰ সন্তান হৃদয় হাজৰিকা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ যুৱ উদ্দীপক চেতনা আৰু অসমৰ নবীন সমাজ

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ যুৱ উদ্দীপক চেতনা আৰু অসমৰ নবীন সমাজ

November 6, 2026 10:00 pm
১৬০ গৰাকী সাক্ষীৰ কোনেও লোৱা নাছিল অমৃতপ্ৰভাৰ নাম! গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

১৬০ গৰাকী সাক্ষীৰ কোনেও লোৱা নাছিল অমৃতপ্ৰভাৰ নাম! গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

November 6, 2026 9:34 pm
১১.৫ কোটি টকীয়া বজাৰগৃহ উদ্বোধনৰ পাছতো ব্যৱসায় আৰম্ভ কৰিব নোৱাৰিলে ব্যৱসায়ীয়ে! ১৩ বছৰেও সম্পূৰ্ণ নহ’ল বেলতলাৰ বজাৰৰ কাম

১১.৫ কোটি টকীয়া বজাৰগৃহ উদ্বোধনৰ পাছতো ব্যৱসায় আৰম্ভ কৰিব নোৱাৰিলে ব্যৱসায়ীয়ে! ১৩ বছৰেও সম্পূৰ্ণ নহ’ল বেলতলাৰ বজাৰৰ কাম

November 6, 2026 8:28 pm
ডিব্ৰুগড়ৰ অইল ইণ্ডিয়াৰ টেংক ফাৰ্মত ভয়ংকৰ অগ্নিকাণ্ড! এজনৰ মৃত্যু, ছয়জন গুৰুতৰভাৱে আহত

ডিব্ৰুগড়ৰ অইল ইণ্ডিয়াৰ টেংক ফাৰ্মত ভয়ংকৰ অগ্নিকাণ্ড! এজনৰ মৃত্যু, ছয়জন গুৰুতৰভাৱে আহত

November 6, 2026 7:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ যুৱ উদ্দীপক চেতনা আৰু অসমৰ নবীন সমাজ

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ যুৱ উদ্দীপক চেতনা আৰু অসমৰ নবীন সমাজ

November 6, 2026 10:00 pm
১৬০ গৰাকী সাক্ষীৰ কোনেও লোৱা নাছিল অমৃতপ্ৰভাৰ নাম! গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

১৬০ গৰাকী সাক্ষীৰ কোনেও লোৱা নাছিল অমৃতপ্ৰভাৰ নাম! গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

November 6, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd