DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পেৰালিম্পিকত পদক বিজয়ীলৈ অভিলাষী ঘোষণা চৰকাৰৰ; ধনসহ চৰকাৰী চাকৰি প্ৰদান

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
September 4, 2021 5:34 pm
Paralympic
126
VIEWS
Share on FacebookShare on Twitter

টকিঅ’ পেৰালিম্পিকত উজ্বলি উঠিছে ভাৰত।

পাঁচ ছেপ্টেম্বৰত শেষ হ’ব লগা পেৰালিম্পিকত ভাৰতে জয় কৰিছে ১৫ টাকৈ পদক।

শনিবাৰে পুৰুষৰ পি ফ’ৰ মিক্সড ৫৯ মিটাৰ পিষ্টল এছএইছআই শিতানত পদক জয় কৰিছে শ্বুটাৰ মনীষ নাৰৱাল আৰু সিংহৰাজ আদানাই।

১৯ বৰ্ষীয় মনীষ নাৰৱালে সোণ আৰু সিংহৰাজ আদানাই ৰূপৰ পদক জয় কৰিছে।

দেশলৈ গৌৰৱ কঢ়িয়াই অনা দুয়োগৰাকী শ্বুটাৰক সন্মান জনাবলৈ তেওঁলোকৰ গৃহৰাজ্য হাৰিয়ানা চৰকাৰে প্ৰদান কৰিছে অভিলাসী ঘোষণা।

মনোহৰ লাল খট্টৰ নেতৃত্বাধীন চৰকাৰখনে ঘোষণা কৰে যে মনীষ নাৰৱাল আৰু সিংঘৰাজ আদানাক ক্ৰমে ৬ কোটি আৰু ৪ কোটিকৈ প্ৰদান কৰা হ’ব।

সংবাদ প্ৰতিষ্ঠানসমূহৰ খবৰ অনুযায়ী, আৰ্থিক সন্মানৰ উপৰিও ক্ৰীড়াবিদ দুগৰাকীক চৰকাৰী চাকৰিও প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে হাৰিয়ানা চৰকাৰে পেৰালিম্পিকত পদকজয়ী ৰাজ্যখনৰ আন কেইবাগৰাকী ক্ৰীড়াবিদক আৰ্থিক সন্মান প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

ঘোষণা অনুযায়ী জেভেলিন থ্ৰ’ত সোণৰ পদক জয়ী সুমিত আনটিল আৰু ডিছকাছ থ্ৰ’ত ৰূপৰ পদকজয়ী যোগেশ কাথুনিয়াক ক্ৰমে ৬ কোটি আৰু ৪ কোটি টকাকৈ প্ৰদান কৰা হ’ব।

তদুপৰি, পেৰালিম্পিকৰ আৰ্চাৰী শিতানত দেশৰ হৈ একমাত্ৰ পদক জয় কৰা হৰৱিন্দৰ সিঙকো ২.৫ কোটি টকা প্ৰদানৰ ঘোষণা কৰা হৈছে। আৰ্চাৰগৰাকীয়ে শুকুৰবাৰে আৰ্চাৰীত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

আৰ্থিক সন্মানৰ উপৰিও ক্ৰীড়াবিদকেইগৰাকীক চৰকাৰী চাকৰিও প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে হাৰিয়ানা চৰকাৰে।

Recent News

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd