DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পেৰা অলিম্পিকৰ মিক্সড ৫০মিটাৰ পিষ্টলত ভাৰতৰ দুটা পদক; দেশৰ তৃতীয়টো সোণৰ পদক জয় মনীশৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2021 11:51 am
163645-cvpzdseojy-1630731597
439
VIEWS
Share on FacebookShare on Twitter

টকিঅ’ পেৰা অলিম্পিকৰ ১১নম্বৰ দিনটোৰ পুৱাতেই ভাৰতে এটা ইভেন্টতে দুটাকৈ পদক হস্তগতে কৰে। মিক্সড ৫০ মিটাৰ পিস্তল এছএইচ১ ইভেন্টত নিজৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি ভাৰতক সোণৰ পদক আনি দিলে ১৯ বছৰীয়া শ্বুটাৰ মনীশ নাৰৱালে।

মুঠ ২১৮.২ পইন্ট লাভ কৰে মনীশে। তেওঁতকৈ ১.৫ পইন্ট কম পাই ভাৰতৰ বাবে ৰূপৰ পদক জয় কৰে ছিংৰাজে। তেওঁ লাভ কৰে ২১৬.৭পইন্ট। এই ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰিছে ৰাছিয়াৰ শ্বুটাৰ এছ মালিচেভে।

প্ৰথম ১০টা শ্বটৰ পাছত এই ইভেন্টৰ প্ৰথম স্থানত আছিল ছিংৰাজ। পঞ্চম স্থান আছিল মনীষ নাৰৱাল। তাৰ পাছত দুটা শ্বটৰ ৰাউণ্ডসমূহত ধাৰাবাহিকভাৱে ১০ পইন্টৰ ওপৰত শ্বট মাৰি শীৰ্ষলৈ উঠি আহে মনীষ।

নৱম ৰাউণ্ডত ছিংৰাজে মনীষতকৈ ০.৪ পইন্ট অধিক লাভ কৰিলেও প্ৰথম স্থাননলৈ উধাব নোৱাৰিলে। অন্তিম ৰাউণ্ডত ছিংৰাজে ১৭.৯ শ্বুট কৰে. মনীষে  শ্বুট কৰি সংগ্ৰহ কৰে ১৭.৫পইন্ট। কিন্তু পূৰ্বৰে পৰা আগবাঢ়ি থকাৰ বাবে সোণৰ পদক নিশ্চিত হয় মনীষৰ।

Recent News

Accident: কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা; ৪ জন নিহত

Accident: কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা; ৪ জন নিহত

Sri lanka economic crisis: ভয়াৱহ সংকট! শ্ৰীলংকাত ২সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে ইন্ধন তেলৰ বিক্ৰী

Sri lanka economic crisis: ভয়াৱহ সংকট! শ্ৰীলংকাত ২সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে ইন্ধন তেলৰ বিক্ৰী

Maharashtra Political Crisis: আদিত্য ঠাকৰেৰ চাঞ্চল্যকৰ দাবী! অপহৃত ১৫-২০ জন বিধায়ক; ঘূৰি আহিব বিচাৰে মুম্বাইলৈ

Maharashtra Political Crisis: আদিত্য ঠাকৰেৰ চাঞ্চল্যকৰ দাবী! অপহৃত ১৫-২০ জন বিধায়ক; ঘূৰি আহিব বিচাৰে মুম্বাইলৈ

Horror in Texas: গা শিয়ৰি উঠা ঘটনা! আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এখন ট্ৰাকৰ ভিতৰত উদ্ধাৰ ৪২ টা মৃতদেহ

Horror in Texas: গা শিয়ৰি উঠা ঘটনা! আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এখন ট্ৰাকৰ ভিতৰত উদ্ধাৰ ৪২ টা মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd