• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দোকান-পোহাৰ লণ্ডভণ্ড,জ্বলালে গাড়ী; শ্বিলঙত সান্ধ্য আইন জাৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2019 4:00 pm
3a-1-1140x570

বৃহস্পতিবাৰে শ্বিলঙত বাহনৰ জুই নুমুৱাবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে। ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বিলঙৰ বিভিন্ন স্থানত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত বৃহস্পতিবাৰে মেঘালয়ৰ ৰাজধানী চহৰখনত সান্ধ্য আইন জাৰি কৰা হৈছে।

বৃহস্পতিবাৰে হঠাতে পৰিস্থিতিৰ অৱনতি ঘটে আৰু ৰাইজৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। দুস্কৃতিকাৰীয়ে হিংসাত্মক ৰূপ লৈ বাহনত অগ্নিসংযোগ কৰাৰ লগতে মটফ্ৰান অঞ্চলৰ পৰা আৰম্ভ কৰি খানদাই লেড অঞ্চললৈ থকা কিছুমান দোকান লণ্ডভণ্ড কৰে।

Apply Now

সংসদৰ দুয়োখন সদনতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯’ গৃহীত হোৱাৰ পাছতে উত্তেজনাময় পৰিস্থিতিৰ মাজতে এই ঘটনাবোৰ সংঘটিত হয়।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, এদল দুস্কৃতিকাৰীয়ে হঠাতে দোকানবোৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে আৰু উমছ’হছুম অঞ্চলৰ মাজেৰে গৈ হনুমানবক্স মতিলাল মাৰ্চেন্ট শ্বপৰ সন্মুখত ৰখাই থোৱা এখন বাহনত অগ্নিসংযোগ কৰে।

বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩বজাৰ পৰা ঘটনাটো আৰম্ভ হয়।দুস্কৃতিকাৰীয়ে হনুমানবক্স মতিলাল মাৰ্চেন্ট শ্বপৰ মালিকৰ ML05-N-6001নম্বৰৰ গাড়ীখনত পেট্ৰ’ল বোম নিক্ষেপ কৰিছিল।

এখন অগ্নিনিৰ্বাপক গাড়ীয়ে জুই নিৰ্বাপিত কৰে যদিও গাড়ীখন বিধ্বস্ত হয়।

ইয়াৰ পাছতে দুস্কৃতিকাৰীয়ে খানদাই লেড অঞ্চললৈ যায় আৰু ড্ৰিমলেণ্ড চিনেমা হলৰ বিপৰীতে থকা এখন দোকানৰ কাপোৰত জুই লগাই দিয়ে।

Shillong-curfew-1140x885

ৰাস্তাত লণ্ডভণ্ড কৰা দোকানৰ গ্লাছ সিচৰতি হৈ পৰে।

এই ঘটনাৰ বাতৰি বিয়পি পৰাৰ পাছতে অঞ্চলটোৰ আতংকিত লোকসকলে দোকান পাহাৰ বন্ধ কৰি দিয়ে।

বজাৰ সমাৰ কৰিবলৈ গৈ থকা লোকসকলে লক্ষ্যহীনভাৱে দৌৰিবলৈ আৰম্ভ কৰে।

ততাতয়াকৈ সুৰক্ষা বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

মটফ্ৰান অঞ্চল আৰু খানদাই লেড অঞ্চলত আৰক্ষী মোতায়েন কৰা হৈছে।

ইয়াৰ পাছতে জইয়’ লেংছনিনাঙত এখন মটৰবাইক আৰু জইয়’ৰ প্ৰেছবাইটেৰিয়ান চাৰ্চৰ সমীপত এখন মাৰুতি ভান জ্বলাই দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm
অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd