• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত ‘চলো ভেকচিন নিতে যাই’ শীৰ্ষক চুটি কথাছবিৰ শুভমুক্তি

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
February 15, 2022 12:43 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁৱৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত ‘চলো ভেকচিন নিতে যাই’ নামৰ চুটি কথাছবিখন শুভ মুক্তি দিয়া হয় ৷

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত জ্যোতিষ ৰত্ন প্ৰাপ্ত দীপুল দাসে চুটি কথাছবিখনৰ পষ্টাৰ উন্মোচন কৰাৰ বিপৰীতে প্ৰজেক্টৰৰ চুইচ অন কৰি বিভূতি বৰগয়াৰীয়ে শুভ মুক্তি দিয়ে ৷

Apply Now

দীপক দাসে আঁত ধৰা অনুষ্ঠানত বঙাইগাঁও জিলা শিল্পী সমাজৰ ভাৰপ্ৰাপ্ত সভাপতি নন্দলাল বৰ্মন, নিতুল মুদৈ,কাকৈজানা গাঁও পঞ্চায়তৰ সভাপতি ধনেশ্বৰ বৰ্মন আদিকে ধৰি বিভিন্নজন ব্যক্তি উপস্থিত থাকে ৷
উল্লেখ্য যে ‘চলো ভেকচিন নিতে যাই’ চুটি কথাছবিখনৰ জৰিয়তে বিশেষভাৱে চৰ অঞ্চলৰ মুছলমান সম্প্ৰদায়ৰ কিছু দিশ প্ৰতিফলিত হৈছে ৷

শিক্ষা- দীক্ষাৰ ক্ষেত্ৰত পিছপৰি থকা অঞ্চলটোৰ লোকসকলে পঢ়শুনাৰ দিশত যে গুৰুত্ব প্ৰদান কৰা দেখা নাযায় আৰু ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত এই সম্প্ৰদায়ৰ বেছিভাগ মানুহে যে সচেতন নহয়, সেয়া কথাছবিখনৰ জৰিয়তে দেখুওৱা হৈছে ৷


লক্ষ্যণীয় যে সম্প্ৰতি কৰ’না মহামাৰীৰ বাবে চৰকাৰে প্ৰদান কৰি থকা ভেকচিন লোৱাৰ ক্ষেত্ৰতো এইসকল লোক যে উদাসীন সেয়াও চুটি কথাছবিখনৰ জৰিয়তে পৰিচালকে দেখুৱাব বিচাৰিছে ৷

তাৰোপৰি অসমৰ সমাজ ব্যৱস্থাত হিন্দু সম্প্ৰদায়ৰ সৈতে মুছলমান সম্প্ৰদায়ৰ যি একতাৰ বান্ধোন চলি আহিছে, তাৰো এটি প্ৰতিচ্ছবি ছবিখনত দেখিবলৈ পোৱা গৈছে৷

চুটি কথাছবিখনত অভিনেতা- অভিনেত্ৰীয়ে তেওঁলোকৰ নিখুঁত আৰু সুন্দৰভাৱে অভিনয় প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷

মুঠ পচিশ মিনিট দৈৰ্ঘ্যৰ চুটি কথাছবিখনত অভিনয় কৰিছে ক্ৰমে নৰ্মদা দাস, গকুল নাথ, ভূয়সী পাঠক, বিশ্বজিৎ ৰায়, ঘনশ্যাম ৰাভা, দীপক ৰায়, সুস্মিতা দত্ত, ক্ষিৰোদ দাস, নিৰু বৰ্মন ৰায় আৰু শিশু শিল্পী হৰ্ষিতা ৰায়ে ৷

ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ, সম্পাদনা আৰু পৰিচালনা গকুল নাথৰ ৷ গীতৰ কথা আৰু সুৰ নৰ্মদা দাসৰ ৷
সংগীত মৃনাল সিংহৰ ৷ গীতত কণ্ঠদান কৰিছে কণ্ঠশিল্পী নিৰ্মালী দাস আৰু অসীম পাটগিৰিয়ে ৷

কৰিঅ’গ্ৰাফ পল ৰাজকোঁৱৰৰ,কেমেৰাত প্ৰিয়ম ৰায়, ৰূপসজ্জা নিলাক্ষী সিংহ আৰু ব্যৱস্থাপনা কল্যাণ সিংহৰ ৷
ছবিখনৰ আৱহ সঙ্গীত গৌৰাংগ (বাবলু)ৰ আৰু প্ৰযোজনা ভূয়সী পাঠকৰ ৷ ছবিখনে জনপ্ৰিয় লাভ কৰিব বুলি ছবিখনৰ প্ৰযোজক আৰু পৰিচালক আশাবাদী ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিশা শুই আছিল পৰিয়ালটো; হঠাৎ ফ্ৰীজত বিস্ফোৰণ ঘটিল! অগ্নিদগ্ধ হৈ মৃত্যু ৪ জনৰ

নিশা শুই আছিল পৰিয়ালটো; হঠাৎ ফ্ৰীজত বিস্ফোৰণ ঘটিল! অগ্নিদগ্ধ হৈ মৃত্যু ৪ জনৰ

September 15, 2026 1:24 pm
১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

September 15, 2026 12:48 pm
মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

September 15, 2026 12:31 pm
দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

September 15, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিশা শুই আছিল পৰিয়ালটো; হঠাৎ ফ্ৰীজত বিস্ফোৰণ ঘটিল! অগ্নিদগ্ধ হৈ মৃত্যু ৪ জনৰ

নিশা শুই আছিল পৰিয়ালটো; হঠাৎ ফ্ৰীজত বিস্ফোৰণ ঘটিল! অগ্নিদগ্ধ হৈ মৃত্যু ৪ জনৰ

September 15, 2026 1:24 pm
১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

September 15, 2026 12:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd