• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৃটেইন চৰকাৰৰ চেভেনিং স্কলাৰশ্বিপৰ বাবে নিৰ্বাচিত গুৱাহাটীৰ সৃষ্টি গোস্বামী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2018 5:51 pm
Shristi-Goswami-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লণ্ডন বিশ্ববিদ্যালয়ৰ ‘স্কুল অব অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ’ত মানৱাধিকাৰ আইন বিষয়ত এবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰাৰ বাবে সন্মানীয় চেভেনিং স্কলাৰশ্বিপ (Chevening Scholarship) ২০১৭-১৮ বৰ্ষৰ বাবে বাবে নিৰ্বাচিত হৈছে গুৱাহাটীৰ সৃষ্টি গোস্বামী।

বৃটেইন চৰকাৰৰ এই আন্তৰ্জাতিক জলপানি বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থীসকলে বৃটেইনৰ বিশ্ববিদ্যালয়ত নিজৰ পচণ্ডৰ যিকোনো বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰ সুযোগ লাভ কৰে।

Apply Now

এগৰাকী উঠি অহা কৰমী সৃষ্টিয়ে মানৱাধিকাৰৰ ওপৰত নিজৰ মনোসংযোগ কৰি আছে আৰু তেওঁ বিশ্বাস কৰে যে প্ৰতিটো শিশুকেই প্ৰথমৰে পৰাই পৰা নিজৰ অধিকাৰ সম্পৰ্কে অৱগত কৰাব লাগে।

সৃষ্টিয়ে ভাৱে যে বৃটেইনত মানৱ অধিকাৰৰ সৈতে জড়িত অধ্যাপক, কৰ্মী, বেচৰকাৰী সংস্থাৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ পৰা তথ্য আহৰণ কৰি তাৰ মানৱাধিকাৰৰ ওপৰত প্ৰৱাহিত কৰিব পৰা পাঠ্যক্ৰম প্ৰস্তুত কৰি পৰা সেয়া ভাৰতৰ প্ৰাথমিক আৰু মধ্য বিদ্যালয়সমূহত প্ৰৱৰ্তন কৰিব পাৰিব।

ডনবস্কো স্কুলৰ পৰা হিউমেনিটীজত শীৰ্ষস্তান লাভ কৰা সৃষ্টিয়ে টাটা ইন্সটিটিউট অব ছ’চিয়েল ছাইন্সেজ, গুৱাহাটীৰ পৰা সমাজশাস্ত্ৰ বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ অশোকা য়ুনিভাৰছিটি, সোনীপতৰ পৰা লিবাৰেল ষ্টাডিজ বিষয়ত যাং ইণ্ডিয়া ফেল’ হিচাপে স্নাতকোত্তৰ ডিপ্লোমা লাভ কৰিছে।

তেওঁ দিল্লী চৰকাৰ, ষ্টাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ উদ্যোগৰ ছাজহা ফ’ৰ মিশ্যন বুনিয়াদৰ হকে ক্ৰিয়েটিভ এছোচিয়েট হিচাপে কাম কৰিছিল আৰু মানৱাধিকাৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰাত সংগ্ৰাম, গুৱাহাটীক সহায় কৰিছিল।

উল্লেখ্য যে এগৰাকী মানৱাধিকাৰ কৰ্মী হোৱাৰ উপৰিও সৃষ্টি এগৰাকা কথাকলি নৃত্যশিল্পী। বৃটেইনত এবছৰীয়া স্নাতকোত্তৰ ডিপ্ল’মাৰ বাবে যোৱাৰ সময়ত তেওঁ কথাকলি নৃত্যৰ বাবে প্ৰয়োজনীয় সাজপাৰ আৰু আনুসংগিক সামগ্ৰী লগত লৈছে। কিজানি তাত কথাকলি নৃত্য পৰিৱেশনৰ কিবা সুযোগ ওলায়েই!

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd