DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰংমন’ৰ উদ্যোগত শিৱসাগৰ নাট্যমন্দিৰত ‘বিহু গ’লে বিনাবা কাক’

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 11, 2019 6:29 am
IMG-20190510-WA0021

শিৱসাগৰত অনুষ্ঠিত 'বিহু গ'লে বিনাবা কাক' অনুষ্ঠানৰ এটি মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

554
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান ‘ৰংমন’ৰ উদ্যোগত শিৱসাগৰ নাট্যমন্দিৰত ‘বিহু গ’লে বিনাবা কাক’ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

পতাকা আৰু বিহুৱান উত্তোলন কৰে ক্ৰমে ‘ৰংমন’ৰ সভাপতি প্ৰতাপ চাংকাকতি আৰু উদযাপন সমিতিৰ সভাপতি গোবিন্দ চন্দ্ৰ বড়াই। চহিদ তৰ্পণ আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক নৰেন চেতিয়া, জিলা সমিতিৰ উপদেষ্টা প্ৰদীপ বৰগোহাঁই, উদযাপন সমিতিৰ সভাপতি বুদ্ধেশ্বৰ চুতীয়া আৰু ব্ৰজেন ফুকনে।

সমূহীয়া জলপানৰ পাছতে ক্ৰমে পিঠা-পনা প্ৰতিযোগিতা, জাতীয় চহিদৰ পৱিত্ৰ স্মৃতিত আৰু শিৱসাগৰৰ বিশিষ্ট শিল্পী-সমাজকৰ্মীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

আনহাতে, শিৱসাগৰৰ সামাজিক-সাংস্কৃতিক আৰু ক্ৰীড়াক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা ২০ গৰাকী ব্যক্তিক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক প্ৰেম গগৈ আৰু তেজপুৰৰ বিশিষ্ট শিল্পী ৰাতুল কৃষ্ণ শৰ্মা উপস্থিত থাকে।

ইয়াৰ পাছতে তাই ‘লাই লুং খাম’ নৃত্য, হুঁচৰি, জেং বিহু, জিকিৰ, ঢোলবাদন, জনগোষ্ঠীয় সাংস্কৃতিক কাৰ্যসূচীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে জাতীয়-জনগোষ্ঠীয়-পৰম্পৰাগত সাজ-পাৰ প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক মুগ্ধ কৰে।

Recent News

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd