DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিয় শিৱসাগৰত মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰিলে প্ৰশাসনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2019 6:20 pm
maxresdefault

প্ৰতিনিধিত্বমূলক মাছধৰা ফটো। উৎস : য়ুটিউব

1.1k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনত মাছধৰাৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ ফলত এতিয়া ৰাইজে যধে মধে মাছ ধৰাৰ অনুমতি নাথাকিব আৰু নিষেধাজ্ঞা উলংঘন কৰিলে শাস্তিৰ সন্মুখীন হ’ব লাগিব।

শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিদিত দাসে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তথা অসম মীন নীতি, ১৯৫৩ (সংশোধিত, ২০০৫) অনুসৰি সমগ্র জিলাতে বলবৎ হোৱাকৈ মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

এই নিষেধাজ্ঞা অনুসৰি যোৱা ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ ৭ ছেন্টিমিটাৰ বাৰ/ ১৪ ছেন্টিমিটাৰতকৈ কম পাহিৰ বেৰজাল, মহাজাল, ফাঁচীজাল অথবা অন্য জাল মাছ থকা জলৰাশি (fishery)ত ব্যৱহাৰ কৰিব নোৱাৰিব।

এই সময়ছোৱাত আঢ়ৈ ইঞ্চিতকৈ সৰু বৰ্গৰ ফাঁকৰ বৰজাল, মহাজাল, ভোৰজাল, ফাঁচীজাল বা অন্য জাল ব্যৱহাৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।

এই সময়ছোৱা মাছৰ প্ৰজনন ঋতু হোৱা হেতুকে এই অবধিৰ ভিতৰত ৰৌ, বাহু, কুঢ়ি, মিৰিকা, মালী, চিতল, খৰিয়া, পিঠিয়া, ঘৰীয়া প্ৰজাতি মাছৰ কণী অথবা শুক্ৰ থকা গাভিনী মাছ ধৰাটো বাৰণ কৰা হৈছে।

প্ৰশাসনে জাৰি কৰা এই আদেশ তৎকালীনভাৱে বলবৎ হোৱাকৈ ৬০ দিনলৈ বা পৰৱৰ্তী আদেশ জাৰি নোহোৱাকৈ বাহাল থাকিব।

আনহাতে, এই আদেশ উলংঘা কৰা সকলক ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত শাস্তি বিহা হ’ব বুলিও নিৰ্দেশটোত কোৱা হৈছে।

Recent News

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Road accident

বৰপেটাত ভয়াৱহ পথ দুৰ্ঘটনা: দ্ৰুতবেগী বাহনে প্ৰাণ ল’লে তিনিজনৰ, পাঁচজন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd